অনুশীলনী-5(D)

1) সাধাৰণ উৎপাদক উলিওৱা- 

a)12, 15, b) 18,24   c) 20,25     d) 17,23 e) 6,8,12 f) 12, 18, 24  g) 3, 6, 18  i) 5, 50, 100

উত্তৰ ঃ 

i) 12, 15

12 = 2 X 2 X 3

15 = 3 X 5

ஃ সাধাৰণ উৎপাদকবোৰ হৈছে = 3

b) 18, 24 

18 = 2 X 3 X 3 

24 = 2 X 2 X 2 X 3

ஃ সাধাৰণ উৎপাদকবোৰ হৈছে = 2, 3

c) 20, 25

20 = 2 X 2 X 5

25 = 5 X 5

ஃ সাধাৰণ উৎপাদকবোৰ হৈছে = 5

d) 17, 23

17 = 1 X  17 

23 = 1 X  23

ஃ সাধাৰণ উৎপাদক হৈছে = 1

e) 6, 8, 12 

উত্তৰ ঃ 

6 = 2 X 3

8 = 2 X 2 X 2

12 = 2 X 2 X 3

ஃ সাধাৰণ উৎপাদকবোৰ হৈছে = 2, 3

f) 12, 18, 24

উত্তৰঃ 

12 = 2 X  2 X  3

18 = 2 X  3 X  3

24 = 2 X 2 X 2 X 3

ஃ সাধাৰণ উৎপাদকবোৰ হৈছে = 2, 3

g) 13, 27, 33

উত্তৰ ঃ 

13 = 1 X 13 

27 = 3 X 3 X 3

33 = 3 X 11

ஃ সাধাৰণ উৎপাদকবোৰ হৈছে = 1

i) 5, 50, 100

5 = 1 X 5

50 = 2 X 5 X 5

100 = 2 X 2 X 5 X 5

ஃ সাধাৰণ উৎপাদকবোৰ হৈছে = 5


2. দেখুওৱা যে তলত দিয়া সংখ্যাবোৰ পৰস্পৰ মৌলিক -

a)8,9 b) 8,15, c) 12,25 d) 17,19  e) 50,63 f) 6,13,17 

উত্তৰ ঃ 

a) 8, 9

8 = 2 X 2 X 2

9 = 3 X 3

ஃ 8 আৰু 9 ৰ সাধাৰণ উৎপাদক হৈছে 1 । গতিকে 8 আৰু 9 পৰস্পৰ মৌলিক ।

b) 8, 15 

8 = 8 = 2 X 2 X 2 

15 = 3 X 5

ஃ 8 আৰু 15 ৰ সাধাৰণ উৎপাদক হৈছে - 1 । গতিকে 8 আৰু 15 পৰস্পৰ মৌলিক ।

c) 12, 25

12 = 2 X 2 X 3

25= 5 X 5

ஃ12 আৰু 25 ৰ সাধাৰণ উৎপাদক হৈছে - 1 । গতিকে 12 আৰু 25 পৰস্পৰ মৌলিক ।

d) 17 ,19

17 = 1 X 17 

19 = 1 X 19

ஃ 17 আৰু 19 যিহেতু মৌলিক । গতিকে ই পৰস্পৰ মৌলিক ।

e) 50, 63

50 = 2 X 5 X 5

63 = 3 X 3 X 7

ஃ 50 আৰু 63 ৰ সাধাৰণ উৎপাদক 1 । গতিকে 50 আৰু 63 পৰস্পৰ মৌলিক ।

f) 6, 13, 17

6 =  1 X 3

13= 1 X 13

17= 1 X 17

ஃ 6, 13 আৰু 17 ৰ সৈধাৰণ উৎপাদক 1 । গতিকে 6, 13 আৰু 17 সংখ্যাকেইটা পৰস্পৰ মৌলিক ।

3) বিচৰা মতে উত্তৰ দিয়া- 

a) 36 আৰু 54 সংখ্যা দুটাক কিকি একে সংখ্যাৰে ভাগ কৰিব পাৰি? নিৰ্ণয় কৰা। 

উত্তৰ ঃ 36 = 2  X 2 X 3 X 3

        54 = 2 X 3 X 3 X 3

ஃ 36 আৰু 54 ক 2 আৰু 3 একে সংখ্যাৰে ভাগ কৰিব পাৰি।


b) 30 টা বাগৰী আৰু 45 টা কমলা অতি কমেও কিমানজন মানুহৰ মাজত সমানে

উত্তৰঃ দিয়া আছে,

         বগৰী  সংখ্যা = 30 টা।

         কমলা সংখ্যা = 45 টা।

30 আৰু 45 ৰ  সাধাৰণ ৎপাদক হব -

30 = 2 X 3 X 5

45 = 3 X 3 X 5

ஃ সাধাৰণ ৎপাদক হৈছে - 3, 5

ইয়াৰ পৰা পাও যে - 

  • 30 টা বগৰী আৰু 45টা কমলা ক্ৰমেও 3 নাইবা 4 জন  মানুহৰ মাজত সমানে   ভগাব পাৰি ।

c) 75 টকা আৰু 100 টকা কেইজনী ছোৱালীৰ মাজত সমানে ভগাব পাৰি ?
উত্তৰঃ দিয়া আছে, 
75 টকীয়া নোট আৰু 100 টকীয়া নোট।

100  আৰু 100 ৰ  সাধাৰণ ৎপাদক হব -

75 = 3 X 5 X 5

100 = 2 X 2 X 5 X 5

ஃ সাধাৰণ ৎপাদক হৈছে - 5

ஃ 75 টকা আৰু 100 টকা ক্ৰমেও 5 জন  মানুহৰ মাজত সমানে   ভগাব পাৰি ।

4. i) দেখুওৱা যে (13,62) আৰু (31,26) দুয়োটাৰ প্ৰতিযোৰেই পৰস্পৰ মৌলিক।

উত্তৰঃ 

13 = 1X13

62 = 2X31

ஃ 13 আৰু 62 ৰ সাধাৰণ উৎপাদকবোৰ হৈছে= 1। গতিকে 13 আৰু 62 পৰস্পৰ মৌলিক ।

31 = 1পৰস্পৰ মৌলিক।31

26 = 2X13

ஃ 31 আৰু 26 ৰ সাধাৰণ উৎপাদকবোৰ হৈছে = 1। গতিকে 31 আৰু 26 পৰস্পৰ মৌলিক।

ஃ (13,62) = (31,26) = পৰস্পৰ মৌলিক।

ii) দুয়োৰে সংখ্যাৰ পূৰণফল একে হয়নে ?

উত্তৰঃ প্ৰথম সংখ্যাযোৰ পূৰণফল = 13X62

                                       = 806

দ্বিতীয় সংখ্যাযোৰ পূৰণফল = 31X26

                                             = 806

ஃ  প্ৰথম সংখ্যাযোৰ পূৰণফল = দ্বিতীয় সংখ্যাযোৰ পূৰণফল।

      




Post ID : DABP004875