অনুশীলনী-7(F)

4. উত্তৰঃ দিয়া আছে,
গৰম বন্ধত অনিলে অধ্যয়ন কৰা সমাজ বিজ্ঞানৰ অংশ = 1/2
গৰম বন্ধত চম্পাই অধ্যয়ন কৰা সমাজ বিজ্ঞানৰ অংশ = 4/8
ஃ ইয়াত আমি পাও যে -
4/8 ৰ লঘিস্ঠ আকাৰ = 1/2
ஃ গৰমৰ বন্ধত অনিল আৰু চম্পাই একে সমানে কিতাপ অধ্যয়ন কৰিলে ।
5. উত্তৰঃ দিয়া আছে,
ৰাস্তাটোৰ মুঠ দৈঘ্য = 20 কি:মি:
ইয়াৰে,
অচ্যুতে চাইকেলেৰে অতিক্ৰম কৰা দৈঘ্য = 2/5 অংশ = 8 কি:মি:
অচ্যুতে খোজ কাহি অতিক্ৰম কৰা দৈঘ্য = 3/5 অংশ = 12 কি:মি:
ஃ অচ্যুতে আটাইতকৈ বেচি খোজ কাহি গৈছিল ।
6. উত্তৰঃ দিয়া আছে ,
ৰহিমৰ সম্পতিৰ অংশ = 5/12 = 0.416
কৰিমৰ সম্পতিৰ অংশ = 1/3 = 0.33
চালেমাৰ সম্পতিৰ অংশ = 4/15 = 0.266
ஃ ৰহিমৰ সম্পতিৰ অংশ আটাইতকৈ বেছি ।
7. উত্তৰঃ দিয়া আছে,
ৰামুৰ চকলেতৰ অংশ = 5/12 = 0.416
দলুৰ চকলেতৰ অংশ = 3/8 = 0.375
ভানুৰ চকলেতৰ অংশ = 7/16 =0.437
মিনুৰ চকলেতৰ অংশ = 2/3 = 0.66
ஃ ভানুৰ চকলেতৰ অংশ আচাইতকৈ বেছি আৰু মিনুৰ চকলেতৰ অংশ আচাতকৈ কম ।