অধ্যায় - 8
অনুশীলনী :8.2
1)তলৰ ভগ্নাংশবোৰক শতাংশত প্ৰকাশ কৰা-
Soln→
Soln→
Soln→
Soln→
Soln→
2)তলৰ দশমিক ভগ্নাংশবোৰক শতাংশত প্ৰকাশ কৰা-
(i)0.8
Soln→
(ii)5.75
(iii)0.08
Soln→
(iv)32.1
Soln→
(V)0.004
Soln→
3)ভগ্নাংশত প্ৰকাশ কৰা-
(i)20% (ii)32% (iii)0.5% (iv)7.25 (v)180%
(i)20%
Soln→
(ii)32%
Soln→
(iii)0.5%
Soln→
(iv)7.25%
Soln→
(v)180%
Soln→
4)তলত দিয়া শতাংশবোৰক দশমিক ভগ্নাংশলৈ আৰু লঘিষ্ঠ আকাৰৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰা-
(i)18% (ii)0.25% (iii)60% (iv)42.5% (v)56%
(i)18%
Soln→
(ii)0.25%
Soln→
(iii)60%
Soln→
(iv)42.5%
Soln→
(v)56%
Soln→
5)শতাংশত প্ৰকাশ কৰা:
(i)4:10 (ii)11:20 (iii)19:50 (iv)3:25 (v) 9:4
Soln→ (i)4:10
Soln→ (ii) 11.20
(iii)19:50
Soln→
(iv)3:25
Soln→
(v)9:4
Soln→
6)অনুপাতত প্ৰকাশ কৰা-
(i)72% (ii)15/4% (iii)0.14% (iv)62/5 (v)4.6%
(i)72%
Soln→ দিয়া আছে ,
∴নিৰ্ণেয় অনুপাত=18:25
Soln→ দিয়া আছে ,
(iii)0.14%
Soln- 0.14%
Soln→ দিয়া আছে,
(v)4.6%
Soln→ দিয়া আছে,
7)তলৰ চিত্ৰবোৰৰ ৰং কৰা অংশক শতাংশত প্ৰকাশ কৰা-
(i)
(i)Soln→দিয়া আছে,
(ii)
Soln -
(iii)
Soln→
8)শতাংশত প্ৰকাশ কৰা-
(i)1 দিনৰ 8 ঘণ্টা
Soln→
আমি জানো যে,
1 দিনত = 24 ঘণ্টা
(ii)80 জনৰ 72 জন
Soln→
(iii)5 টকাৰ 25 পইচা
Soln→ আমি জানো,
1 টকাত =100 পইচা
∴5 টকাত =500 পইচা
9)মান নিৰ্ণয় কৰা-
(i)5 ৰ 20%
Soln→
(ii)600 টকাৰ 30%
Soln→
(iii)5 কিলোমিটাৰৰ 20%
Soln→
(iv)1 ঘণ্টাৰ 30%
Soln→
10)এটা সংখ্যাৰ 20% ৰ মান 50 হলে সংখ্যাটো নিৰ্ণয় কৰা?
Soln→
11)কি সংখ্যাৰ 13%ৰ মান 91 হ’ব?
Soln→
12) 40 টকাৰ কিমান শতাংশৰ মান 16 টকা হ’ব?
Soln→
ধৰো, শতাংশৰ মান = Y %
∴ প্ৰশ্নমতে, 40×y%=16
13)‘’ 40ৰ ভিতৰত 30’’ আৰু ‘’ 50ৰ ভিতৰত 40’’ দুয়োটাক শতাংশত প্ৰকাশ কৰা। দুয়োটা কোনটো বেছি?
Soln→
14)এখন বাগিছাৰ কালি 400 বৰ্গমিটাৰ। তলত দিয়া ধৰণে বাগিছাখন সজোৱা হৈছে।
(i)ফুলৰ বাবে বাগিছাখনৰ 30% ঠাই ৰখা হৈছে। ফুল থকা ঠাইৰ কালি উনিওৱা?
(ii) বাগিছাখনত থকা পুখুৰী এটাৰ কালি 80 বৰ্গমিটাৰ। বাগিছাখনৰ কিমান শতাংশ পুখুৰীটোৱে আগুৰি আছে।
Soln→ (i) দিয়া আছে,
বাগিছাখনৰ কালি = 400 বৰ্গ মিটাৰ।
আৰু বাগিছাখনৰ ফুল থকা ঠাই = 30%
∴ ফুল থকা ঠাইৰ কালি = 400ৰ 30%
= 400×30%
= 4×30
= 120 বৰ্গ মিটাৰ
(ii)দিয়া আছে, বাগিছাখনৰ কালি = 400 বৰ্গ মিটাৰ
আৰু বাগিছাত থকা পুখুৰী এটাৰ কালি = 80 বৰ্গমিটাৰ
∴ 400 ৰ 80%
= 4×80
= 320 বৰ্গ মিটাৰ
∴ পুখুৰীয়ে বাগিছাখনৰ 320 বৰ্গমিটাৰ আগুৰি আছে।
Post ID : DABP004784
0 Comments