ASINH FORMULA



ASINH FORMULA টো হৈছে Google Sheetৰ  যিকোনো এটা সংখ্যাৰ বিপৰীত Hyperbolic Sineৰ সময় গণনা কৰে। Google Sheetত, আপুনি এটা সংখ্যাৰ বিপৰীত Hyperbolic Sine গণনা কৰিবলৈ ASINH FORMULA ব্যৱহাৰ কৰিব পাৰে। ASINH FORMULA যিকোনো এটা সংখ্য়া লয়, যি সংখ্যাৰ বাবে আপুনি বিপৰীত Hyperbolic Sine গণনা কৰিব বিচাৰে। বিপৰীত Hyperbolic Sine হৈছে Hyperbolic Sine বিপৰীত সংখ্যা। তেনেকুৱা কেইটামান উদাহৰণ তলত দিয়া হ'ল । আপোনালোকে এই উদাহৰণ কেইটাৰ সহায় লব পাৰে।










Post ID : DABP004836