গোটঃ ৩ (ক)

প্ৰকৃতি


১। প্ৰকৃতি কবিতাটো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

২। চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰাটো কি ৰূপ স্বীকৃত।

উত্তৰঃ প্ৰৱৰ্তক ৰূপে স্বীকৃত।

৩। চন্দ্ৰকুমাৰ আগৰৱালা আন্দোলনটোৰ কি আছিল ?

উত্তৰঃ মগজু আছিল।

৪। কিমান চনত জোনাকী কাকতখন প্ৰকাশ পায় ?

উত্তৰঃ ১৮১০ চনৰ মাঘ মাহত।

৫। চন্দ্ৰকুমাৰ আগৰৱালা কি হৈ পৰিল ?

উত্তৰঃ 'অসমীয়া ৰোমাণ্টিচিজ্মৰ প্ৰথম হোতা'।

৬। চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন উল্লেখযোগ্য় সাৰ্থ কাব্য়কৃতিৰ নাম লিখা।

উত্তৰঃ প্ৰতিমা আৰু বীণ-বৰাগী।

৭। পাশ্চাত্য় সাহিত্য়ৰ অধ্য়য়ন আৰু প্ৰকৃতি কবিসকলৰ কবিতাৰ জনপ্ৰিয়তাই চন্দ্ৰকুমাৰ আগৰৱালাক কি কৰিলে ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি সত্বাক প্ৰভাৱান্বিত কৰিছিল।

৮। প্ৰকৃতি কবিতাটো কিহৰ অন্তৰ্গত ?

উত্তৰঃ প্ৰতিমাৰ অন্তৰ্গত।

৯। প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰে নিজস্ব ৰূপান্তৰৰ মাজেৰে কি প্ৰতিপন্ন কৰে ?

উত্তৰঃ স্বকীয়তা প্ৰতিপন্ন কৰে।

১০। অহা-যোৱাৰ এই নিৰন্তৰ পৰিৱৰ্তনৰ মাজত কবিয়ে কি দেখিবলৈ পাইছে ?

উত্তৰঃ প্ৰকৃতিৰ অবিনশ্বৰতা দেখিবলৈ পাইছে।

১১। এই অবিনশ্বৰতা অন্তৰালত কি নিহিত হৈ আছে ?

উত্তৰঃ প্ৰকৃতিৰ অবিনাশী ৰহস্য়ময়তা।

১২। চন্দ্ৰকুমাৰ আগৰৱালা 'প্ৰকৃতি' কবিতাটোত কাৰ প্ৰভাৱ দেখা গৈছে ?

উত্তৰঃ পাশ্চাত্য় প্ৰখ্য়াত প্ৰকৃতি পূজাৰী ওৱৰ্ডছৱৰ্থৰ প্ৰভাৱ দেখা গৈছে।

১৩। ৰোমাণ্টিক কবিতাৰ এটি উল্লেখযোগ্য় বৈশিষ্ট্য় কি ?

উত্তৰঃ প্ৰকৃতিৰ প্ৰতি আকৰ্ষণ ।

১৪। প্ৰকৃতি কবিতাটো এটি কি কবিতা ?

উত্তৰঃ এটি সাৰ্থক ৰোমাণ্টিক কবিতা।


Type janmoni Hazarika