BAHTTEXT Formula


BAHTTEXT Formulaটো হৈছৈ এটা সংখ্যা থাই পাঠলৈ ৰূপান্তৰ কৰে আৰু "বাহত"ৰ এটা প্ৰত্যয় যোগ দিয়ে। আপুনি আঞ্চলিক আৰু ভাষা বিকল্প (Windows Start menu, Control Panel) ব্যৱহাৰ কৰি Google Sheetৰ ডেস্কটপ এপ্লিকেশ্বনত BAHTTEXT Formulaটো পৃথক ষ্টাইললৈ সলনি কৰিব পাৰে। তেনেকোৱা কেইটামান উদাহৰণ তলত দিয়া হ'ল। আপোনালোকে এই উদাহৰণ কেইটাৰ সহায় লব পাৰে।


Type- Bharat Kalita
(Morigaon Assam)






Post ID : DABP004912