অধ্য়ায়-৩৪ ৰ পৰা ৩৬ লৈ

১।     বিৰাট ৰজাৰ পত্নীৰ নাম কি আছিল?

উত্তৰঃ বিৰাট ৰজাৰ পত্নীৰ নাম হ'ল সুদেষ্ণাৰ। 

২।    পাণ্ডৱসকলে বিৰাট ৰজাৰ ঘৰত নিজৰ পৰিচয় কিদৰে দিছিল?

উত্তৰঃ কংক, বল্লভ, গ্ৰন্থিক আৰু তন্ত্ৰীপাল আৰু সৈৰিন্ধ্ৰীয়েই হৈছে দ্ৰৌপদী এইবিলাক নাম লৈ পাণ্ডৱসকলে বিৰাট ৰজাৰ ঘৰত নিজৰ পৰিচয় দিছিল।  

৩।    সূৰ্যদেৱে কৰ্ণক কি পৰামৰ্শ দিছিল?

উত্তৰঃ পাণ্ডৱসকলক সহায় কৰিবৰ কাৰণে অৰ্জুন পিতাক ইন্দ্ৰ তোৰ ওচৰলৈ ব্ৰাহ্মণ বেশ ধৰি আহিব। আহি তোৰ কবচ-কুণ্ডল খুজিব। তই তেওঁক নিদিবি। এই বুলি সূৰ্যদেৱে কৰ্ণক পৰামৰ্শ দিছিল।


Author- Bikash Bora