অনুশীলনী ১২


১। তলত সংখ্যাবোৰৰ মাজত উপযুক্ত চিহ্ন বহুওৱা一

(<,>= )

ক) ৭৮২৩ ......  ৮৭২৩                ঘ)  ৮৭৭০ .....  ৮৭০৭

খ) ৯৮৯৯  ......  ৯৮৯৯               ঙ)  ৭৮৩৬  ..... ৮৭৬৩

গ) ১৩৭২  ......  ১২৩৭ 

২। তলত সংখ্যা কেইটাৰ আগত আৰু পাছৰ সংখ্যা তিনিটা লিখা一

ক) ......... ,  ......... , ......... ১৭০০, ......... , ......... , ......... ।

খ) ......... , ......... , ......... ৪৫৬৪, ......... , ......... , ......... ।

৩। তৃতীয় মানত সৰু অঙ্ক যাদুবৰ্গৰ বিষয়ে জনাছিলা। সদায়েই মনত ৰাখিব লাগে যে, যাদুবৰ্গত একেসংখ্যা দুবাৰ লিখিব নোৱাৰি। তদুপৰি প্ৰতিশাৰী যাদুবৰ্গৰ যোগফলৰ পৰিমাণ ঠিয় শাৰী বা পথালি শাৰী বা কোণীয়াকৈ সদায়েই সমান।

ক)

 ৭

 

 ১১

 

 ৮

 

 ৫

 

 

খ) 

 ৬

 

 ৮

 

 

 ৩

 ২

 

 ৮