অনুশীলনী ১৫


১। পূৰণ কৰি চকৰিত ভৰোঁৱা一


২। হৰণ কৰি চকৰিত বহুওৱা一


৩। চকৰিৰ কেন্দ্ৰত থকা সংখ্যাটো পূৰণ কৰি পূৰণ ফল খালি বাকচত লিখিবা।




৪। তলত দুখন তালিকা আছে। বাওঁহাতৰ ফালৰ তালিকাত বেলেগ বেলেগ আকাৰ দিয়া হৈছে। আকৌ সোঁহাতৰ ফালৰ আকাৰবোৰৰ মাজত কিছুমান সংখ্যা আছে। এতিয়া বাওঁহাতৰ ফালৰ বেলেগ বেলেগ আকাৰৰ লগত মিলাই সোঁহাতৰ ফালৰ আকাৰৰ মাজত থকা সংখ্যাবোৰ বাছি উলিয়াই পূৰণফল লিখা।




সংকেতঃ যেনে一 ওপৰৰ প্ৰশ্নৰ (ক) ৫ সংখ্যাটো  আকাৰৰ মাজত আছে। আকৌ পূৰণ চিহ্নৰ  পিছত থকা আকাৰ । এতিয়া পূৰণ ফল হ'ব ১০।


Type: Priyam Jyoti Patar