অনুশীলনী ১৬


১। ৬০ টা = .......... ডজন

২। ৩ ডজন + ৫টা = .......... টা

৩। ৭২ টা - ২ ডজন = .......... টা

৪। ১২ ডজন = .......... টা

৫। এডাল পেঞ্চিলৰ দাম ৩ টকা হ'লে  এক ডজন পেঞ্চিলৰ দাম কিমান?

উত্তৰঃ

৬। ১ ডজন পেঞ্চিলৰ দাম ২৪ টকা হ'লে ৩ ডজন পেঞ্চিলৰ দাম কিমান?

উত্তৰঃ

৭। ১ টুকুৰা চাবোনৰ দাম ২৪ টকা হ'লে ৩ ডজন চাবোনৰ দাম কিামন? 

উত্তৰঃ

৮। ১ ডজন কলমৰ দাম ৬০ টকা হ'লে ২ টা কলমৰ দাম কিমান? 

উত্তৰঃ

৯। ১ ডজন ৰবৰৰ দাম ১২ টকা হ'লে ১ গ্ৰোছ ৰবৰ কিনিবলৈ কিমান টকা লাগিব?

উত্তৰঃ

১০। এক ডজন পেঞ্চিলৰ দাম ১৮ টকা হ'লে ৫ ডাল পেঞ্চিলৰ দাম কিমান?

উত্তৰঃ

১১। এক ডজন স্কেলৰ দাম ৮৪ টকা হ'লে ৩ ডাল স্কেলৰ দাম কিমান?

উত্তৰঃ

১২। এক গ্ৰোছ পেঞ্চিলৰ দাম ২৮৮ টকা। ১ ডজন পেঞ্চিলৰ দাম কিমান?

উত্তৰঃ

১৩। ৪ ডাল  পেঞ্চিলৰ দাম ১২ টকা হ'লে, ১ ডজন পেঞ্চিলৰ দাম কিমান? 

উত্তৰঃ

১৪। ১০০টা কণী দাম ৪০০.০০ টকা হ'লে, ১ ডজন কণীৰ দাম কিমান?

উত্তৰঃ

১৫। ১ ডাল মমৰ দাম ৪ টকা হ'লে, ১ গ্ৰোছ মমৰ দাম কিমান?

উত্তৰঃ




Type: Priyam Jyoti Patar