অধ্যায় ১৩

ৰুদ্ৰ সিংহ


চমু প্ৰশ্নউওৰঃ

১)গদাধৰ সিংহৰ মৃত্যৰ পাছত আহোমৰ ৰজা হোৱা ৰীতিমতে কোন ৰজা হয়?

উওৰঃ লাই।

২) কিমান খ্ৰি.ত গদাধৰৰ মৃত্যৰ হয়?

উওৰঃ ১৬৯৬ খ্ৰি.ত।

৩)স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ কাৰ্য্যকাল কিহৰ কাৰণে বিখ্যাত আছিল?

উওৰঃ স্থাপত্য-ভাস্কৰ্য্যৰ।

৪) বৰ্তমান ৩৭ নং ৰাষ্ট্ৰীয় পথৰ উপৰত থকা ঠাইখনৰ নাম কি?

উওৰঃ নামদাঙৰ শিলৰ সাকোঁ।

৫)ৰাজসভাৰ বিখ্যাত পণ্ডিত গৰাকীৰ নাম কি?

উওৰঃ কবিৰাজ চক্ৰৱৰ্তী।

৬)ব্ৰক্ষ্মবৈৱত পুৰাণ কি ভাষালৈ অনুবাদ কৰিছিল?

উওৰঃ অসমীয়া।

৭) 'শংখচূড় বধ ', 'দুষ্যন্ত চৰিত্ৰমালা', কোনে লিখিছিল?

উওৰঃ চক্ৰৱৰ্তী।

৮)ৰুদ্ৰসিংহ কি ধৰ্মৰ আছিল?

উওৰঃ শাক্ত ধৰ্ম।

৯)আহোম ৰাজত্বৰ অন্যতম শ্ৰেষ্ঠ ৰজা বুলি কাক কোৱা হয়?

উওৰঃ ৰুদ্ৰসিংহ।

১০)ৰুদ্ৰ সিংহ কিমান খ্ৰি.ত স্বৰ্গী হয়?

উওৰঃ ১৭১৪ খ্ৰি.ত।

১১)ছশ বছৰীয়া আহোম ৰাজত্বৰ অন্যতম শ্ৰেষ্ঠ ৰজা জনৰ নাম কি?

উওৰঃ ৰুদ্ৰসিংহ।

১২) ৰুদ্ৰসিংহক 'মহান ৰুদ্ৰ সিংহ' বুলি কোনে অভিহিত কৰিছিল?

উওৰঃ অসমৰ বুৰঞ্জীবিদ   সূৰ্য্যকুমাৰ ভূঞাই।

১৩)ৰুদ্ৰ সিংহই আহোম ৰাজ্য কিমান বছৰ শাসন কৰিছিল?

উওৰঃ ১৮ বছৰ।


Author - Pompi Hazarika