অধ্য়য়-১৯ ৰ পৰা ২০ লৈ

১।    শকুনি কোন আছিল?

উত্তৰঃ কৌৰৱহঁতৰ মোমায়েক আছিল।

২।    জতুগৃহত পঞ্চ পাণ্ডৱৰ ঠাইত কোন মৰা পৰিল?

উত্তৰঃ জতুগৃহত পঞ্চ পাণ্ডৱৰ ঠাইত নিষাদ পৰিয়ালৰ পাঁচটা পুতেক মৰা পৰিল।

৩।    জতুগৃহ মানে কি? এই জতুগৃহত কাৰ নিৰ্দেশত কোনে সাজিছিল?

উত্তৰঃ জতুগৃহ মানে হ'ল ৰজা মহাৰাজসকল থকা ঘৰ। এই জতুগৃহত দুৰ্যোধনে নিৰ্দেশত পুৰোচনক কৈছিল।


Author- Bikash Bora