অধ্য়ায়-২৪ ৰ পৰা ২৫ লৈ

১।    মগধ ৰাজ্য়ৰ ৰজাৰ নাম কি আছিল?

উত্তৰঃ মগধ ৰাজ্য়ৰ ৰজাৰ নাম বৃহদ্ৰথৰ আছিল। 

২।    ৰাজসূয় যজ্ঞত কাক অৰ্ঘ্য় যঁচা হৈছিল। 

উত্তৰঃ ৰাজসূয় যজ্ঞত শ্ৰীকৃষ্ণক অৰ্ঘ্য় যঁচা হৈছিল।

৩।    জৰাসন্ধ কোন? তেওঁক কোনে কেনেদৰে বধ কৰিছিল?

উত্তৰঃ এজনী ৰাক্ষসী বাটে দি আহি থাকোতে তাই দেখিলে বাটতে এটা টোপোলা আছে তাই টোপোলাটোলৈ চকুত পৰিল তাই টোপোলাটো খুলি দেখিলে যে তাত এটা আধা আধা কেঁচুৱা আছে। তাই কেঁচুৱাটোক লগ লগাই দীলে আৰু কেঁচুৱাটো জীয়া উঠিল। তাই তাৰ পিছত এজনি ধুনিয়া মানুহৰ ৰূপ ললে তাই তাৰ পিছত ৰজা ওচৰত গল ৰজায়ে কেঁচুৱাটোক শকত-আৱত ধুনীয়া দেখি ৰাখি থ'লে আৰু তাৰ নাম ৰাখিলে জৰাসন্ধ। তেওঁক ভীমে দুফাল কৰি দূৰলৈ মাৰি পঠিয়ালে। 

৪।    পাণ্ডৱসকলৰ ৰাজসূয় যজ্ঞৰ চমু বৰ্ণনা দিয়া।

উত্তৰঃ যজ্ঞত সন্মান জনোৱাৰ নিয়ম হৈছে যজ্ঞ পতাজনে অৰ্ঘ্য়ত ফুল-তুলসী, তিল-পানী লৈ অতিথিজনক সন্মান জনায়। নহ'লে সকলো অতিথিৰ মাজত যিজন আটাইতকৈ গুণী, তেওঁকে অৰ্ঘ্য় দিয়াৰ নিয়ম আছিল। 



Author- Bikash Bora