অধ্য়ায়-২৯
১।    যুধিষ্ঠিৰে সূৰ্যদেৱতাক কিয় উপাসনা কৰিছিল? সূৰ্যদেৱে যুধিষ্ঠিৰক কি কি কথা কৈছিল?
উত্তৰঃ পাশাখেলত তেওঁৰ বয়-বস্তু, ধন-সম্পত্তি সকলো গ'ল। এতিয়া এই ব্ৰাহ্মণসকলক কেনেকৈ খুৱাব-বুৱাব এইলৈ যুধিষ্ঠিৰে সূৰ্যদেৱতাক উপাসনা কৰিছিল। সূৰ্যদেৱে যুধিষ্ঠিৰক কলে যে তোমাৰ মনৰ ইচ্ছা পূৰণ হ'ব। মই তোমালোকক বাৰ বছৰলৈ অন্ন দিম আৰু এটা তামৰ পাত্ৰ দিলে আৰু কলে এই পাত্ৰটো ৰান্ধনি-ঘৰত থৈ দিবা। পাত্ৰটোত শাক-পাচলি আৰু আন বস্তু ৰন্ধা হ'ব। এই কথাখিনিকে সূৰ্যদেৱে যুধিষ্ঠিৰক কৈছিল। 


Author- Bikash Bora