তৃতীয় গোট

প্ৰাক্-শংকৰী যুগ

(পটভূমি,সাধাৰণ বৈশিষ্ট্য, কবিসকল আৰু তেওঁলোকৰ সাহিত্যৰাজি (মাধৱ কন্দলী, হেমসৰস্বতী, হৰিবৰ বিপ্ৰ)


১। প্ৰাক-শংকৰী যুগৰ অপ্ৰমাদী কবি কোন?

উত্তৰঃ


২। মাধৱ কন্দলীয়ে কোনজনা ৰজাৰ পৃষ্ঠপোষকতাত ৰামায়ণ ৰচনা কৰিছিল?

উত্তৰঃ 


৩। প্ৰাক-শংকৰী যুগৰ সৰ্বশ্ৰেষ্ঠ কবি কোন?

উত্তৰঃ


৪। বব্ৰুৱাহনৰ যুদ্ধ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ 


৫। দেৱজিত পুথিত কাৰ ভণিতা পোৱা যায়?

উত্তৰঃ 

৬। সাত্যকি প্ৰৱেশ কাৰ ৰচনা?  

উত্তৰঃ 


৭। হেমসৰস্বতীয়ে কোনজনা ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?  

উত্তৰঃ 

৮। প্ৰাক-শংকৰী যুগৰ কোনগৰাকী কবিয়ে যুদ্ধকাব্য ৰচনা কৰিছিল?  

উত্তৰঃ

৯। প্ৰহ্লাদ চৰিত্ৰ কাৰ ৰচনা?  

উত্তৰঃ 

১০। হৰিবৰ বিপ্ৰ ৰচিত দুখন গ্ৰন্থ নাম লিখা?  

উত্তৰঃ

১১। মাধৱ কন্দলীয়ে ৰামায়ণ ৰচনা কৰোঁতে কোন দুটা কথাত গুৰুত্ব দিছিল?  

উত্তৰঃ 

১২। হেমসৰস্বতী  ৰচিত দুখন গ্ৰন্থ নাম লিখা?  

উত্তৰঃ 

১৩। প্ৰাক্-শংকৰী যুগৰ সাহিত্য বুলিলে কি বুজা?

উত্তৰঃ 

১৪। প্ৰাক-শংকৰী যুগৰ দুগৰাকী কবিৰ নাম লিখা?  

উত্তৰঃ

১৫। প্ৰাক-শংকৰী যুগৰ সৰ্বশ্ৰেষ্ঠ কবিগৰাকী সাহিত্যকৃতি সম্বন্ধে লিখা?  

উত্তৰঃ 

১৬। হেমসৰস্বতী কাব্যকৃতিৰ বিষয়ে এটি পৰিচয়মূলক আলোচনা দাঙি ধৰা?

উত্তৰঃ 

১৭। হৰিবৰ বিপ্ৰৰ সাহিত্য প্ৰতিভাৰ বিষয়ে লিখা?

উত্তৰঃ


১৮। প্ৰাক-শংকৰী যুগৰ সাহিত্যৰ বৈশিষ্ট্য সম্পৰ্কে লিখা?

উত্তৰঃ 


১। প্ৰাক-শংকৰী যুগৰ সাহিত্যৰাজি সংস্কৃত গ্ৰন্থত আশ্ৰিত। মূলতঃ অনুবাদমূলক।

উত্তৰঃ 


২। ৰামায়ণ, মহাভাৰত, জৈমিনী য়াশ্বমেধ আৰু বামণৰ পৰা বিষয়বস্তু আহৰণ কৰি অসমীয়া জন মানসিকতা লগত ৰজিতা খোৱাকৈ, স্থান কালৰ উপযোগীকৈ মৌলিক তথা স্থান সমল সানি কবিসকলে কাব্য ৰচনা কৰিছিল। শাস্ত্ৰীয় স্বাৰ্থতকৈ লৌকিকতাৰ প্ৰাধান্য এই যুগৰ সাহিত্য বৈশিষ্ট্য।

উত্তৰঃ 


৩। প্ৰাক-শংকৰী যুগৰ সাহিত্যৰাজি আছিল প্ৰধানতঃ কাহিনী প্ৰধান।

উত্তৰঃ 


৪। প্ৰাক-শংকৰী যুগৰ কবিসকলৰ সাহিত্যৰাজি সৃষ্টিৰ ক্ষেত্ৰত ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ। ৰজাসকলে দুৰ্বোধ্য বা সহজবোধ্য নোহোৱা সংস্কৃত পুৰাণ শাস্ত্ৰাদিত নিহিত হৈ থকা নৈতিক,ধাৰ্মিক, আধ্যাত্মিক আৰু কাব্যিক কথাবোৰ জানিবৰ প্ৰবল আগ্ৰহ তথা প্ৰজাসকলৰ শিক্ষা আৰু চিত্তব্নোদনৰ কাৰণে কবিসকলৰ দ্বাৰা অনুবাদ দিহা কৰিছিল।

উত্তৰঃ 


৫। মাত্ৰাবৃত্ত ছন্দৰ ঠাইত আক্ষৰিক ছন্দৰ প্ৰৱতন প্ৰাক-শংকৰী যুগৰ সাহিত্যৰাজি উল্লেখনীয় বৈশিষ্ট্য। এই যুগৰ সাহিত্যত প্ৰধানকৈ পদ, দুলড়ী আৰু ছবি আদি অন্ত্যানুপ্ৰাসযুক্ত ছন্দৰ দেখা যায়।

উত্তৰঃ 


৬। প্ৰাক-শংকৰী যুগৰ ৰচনাত প্ৰাচীন অসমীয়া বিশেষকৈ কামৰুপী শব্দ প্ৰয়োগ মন কৰিবলগীয়া বিশেষত্ব।

উত্তৰঃ 


৭। প্ৰাক-শংকৰী যুগৰ ৰচনা ৰাজিত তৎসম, তৎভৱ, শব্দৰ প্ৰয়োগ পৰিলক্ষিত হয়।

উত্তৰঃ 


অতিৰিক্ত প্ৰশ্ন উত্তৰঃ

১। মাধৱ কন্দলীয়ে ৰচনা কৰা ৰামায়ণ খনৰ নাম কি?

উত্তৰঃ


২। মাধৱ কন্দলী কোন শতিকাৰ কবি?

উত্তৰঃ 

৩। মাধৱ কন্দলীক মহাপুৰুষ শংকৰদেৱে কি বুলি অভিহিত কৰিছিল?

উত্তৰঃ


৪। প্ৰথম অসমীয়া লিখিত কাব্যখনৰ নাম কি?

উত্তৰঃ 

৫। বব্ৰুবাহনৰ মাকৰ নাম কি?

উত্তৰঃ 

৬। ময়ুৰ ধ্বজ কৰ ৰজা আছিল?

উত্তৰঃ 


৭। তাম্ৰধ্বজৰ পিতৃ নাম কি?

উত্তৰঃ


৯। উলুপী কাৰ পত্নী আছিল?

উত্তৰঃ


১০। কবিৰত্ন সৰস্বতীয়ে কোনজন ৰজা পৃষ্ঠপোষকতা লাভ কৰিছিল?

উত্তৰঃ