Chapter: 3

প্ৰদেশিক ৰাজ্যসমূহৰ উত্থান

১. কিমান খৃঃত প্ৰতিষ্ঠা লাভ কৰা বিজয় নগৰ ৰাজ্যত কেইটা ৰাজবংশই ৰাজত্ব কৰিছিল ?

উত্তৰঃ ১৩৩৬ খৃঃত প্ৰতিষ্ঠা লাভ কৰা বিজয় নগৰ ৰাজ্যত চাৰিটা ৰাজবংশই ৰাজত্ব কৰিছিল।

২. কোনে বিজয় নগৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ? 

উত্তৰঃ হৰিহৰ আৰু বুক্ক নামৰ দুজন ভাতৃয়ে বিজয় নগৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ।

৩. কিমান খৃঃত কোনে নিজকে ৰজা বুলি ঘোষণা কৰিছিল ? 

উত্তৰঃ ১৩৩৬ খৃঃ হৰিহৰে নিজকে ৰজা বুলি ঘোষণা কৰিছিল।

৪. সঙ্গম নামৰ এজন ব্ৰাহ্মণ পণ্ডিতৰ কেইজন পুত্ৰই বিজয় নগৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ সঙ্গম নামৰ এজন ব্ৰাহ্মণ পণ্ডিতৰ পাচঁজন পুত্ৰই বিজয় নগৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।

৫. কিমান খৃঃত কাৰ মৃত্যু হৈছিল ?

উত্তৰঃ ১৩৭৮ খৃঃত বুক্কৰ মৃত্যু হৈছিল। 

৬. দ্বিতীয় বিৰুপাক্ষই আছিল কি বংশৰ শেষ ৰজা ?

উত্তৰঃ দ্বিতীয় বিৰুপাক্ষই আছিল সঙ্গম বংশৰ শেষ ৰজা।

৭. কিমান খৃঃত নৰসিংহৰ মৃত্য়ু হৈছিল ?

উত্তৰঃ ১৪৯৩ খৃঃত নৰসিংহৰ মৃত্য়ু হৈছিল।

৮. বাহমন শ্বাহৰ মৃত্যুৰ পিছত তেওঁ জেষ্ঠ পুত্ৰ মহম্ম শ্বাহ কি ৰাজ্যৰ চুলতান হৈছিল  ?

উত্তৰঃ  বাহমন শ্বাহৰ মৃত্যুৰ পিছত তেওঁ জেষ্ঠ পুত্ৰ মহম্ম শ্বাহ  বাহমণী ৰাজ্যৰ চুলতান হৈছিল । 

৯. নৰসিংহৰ মৃত্যুৰ পিছত কোনে সিংহাসনত আহোৰণ কৰে?

উত্তৰঃ নৰসিংহৰ মৃত্যুৰ পিছত তেওঁ পুত্ৰ ইম্মদি নৰসিংহৰ সিংহাসনত আহোৰণ কৰে। 

১০. ১৪৩৫ খৃঃৰ ফেব্ৰুৱাৰী মাহত কাৰ মৃত্যু হয় ?

উত্তৰঃ ১৪৩৫ খৃঃৰ ফেব্ৰুৱাৰী মাহত আহম্মদ শ্বাহৰ মৃত্যু হয়।


Author: Krishna Bora



Post ID : DABP003440