Chapter: 3

গ্ৰাম্য অৰ্থনীতি আৰু সমাজ 

১। ব্ৰহ্মদেশৰ বৰ্তমান নাম কি ?

উত্তৰঃ ম্যানমাৰ ।

৩। চুকাফাই কিমান চনত আৰু কত ৰাজধানী স্থাপন কৰিছিল ।

উত্তৰঃ ১২৫৩ চনত চৰাইদেউত চুকাফাই স্থায়ীভাৱে ৰাজধানী স্থাপন কৰিছিল ।


৪। চুকাফাক ৰাজকাৰ্যত সহায় কৰা দুজন মন্ত্ৰীৰ নাম কি আছিল ।

উত্তৰঃ চুকাফাক ৰাজকাৰ্যত সহায় কৰা দুজন মন্ত্ৰীৰ নাম হল বৰগোহাই আৰু বৰফুকন ।


৫। আহোমসকলে অসমত কিমান বছৰ শাসন কৰিছিল ।

উত্তৰঃ আহোমসকলে অসমত ৬০০ বছৰ শাসন কৰিছিল ।


৬। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন ?

উত্তৰঃ মংগল পাণ্ডে ।


৭। আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন ।

উত্তৰঃ ৰুদ্ৰসিংহ ।


৮। স্বৰ্গনাৰায়ণ ৰজাৰ আহোম লাম কি আছিল ।

উত্তৰঃ চুহুুংমুং ।


৯। আহোমসকল প্ৰথমে কি জাতিৰ লোক আছিল ।

উত্তৰঃ আহোমসকল টাই বা আহোম জাতিৰ লোক আছিল ।


১০। চুহুুংমুং ৰজাৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাসমূহ কি আছিল .

উত্তৰঃ চুহুংমুং ৰজাৰ ৰাজত্বকালৰ উল্লেখয়োগ্য ঘটনাসমূহ হল 

ক) ৰাজধানী পৰিৱৰ্তন ।

খ) সাম্ৰাজ্য বিস্তাৰ i) কছাৰী ii) চুতীয়া ।

গ) মুছলমানৰ লগত যুদ্ধ ।

ঘ) নতুন মন্ত্ৰীপদ সৃষ্টি ।

ঙ) মণিপূৰৰ লগত সংঘৰ্ষ ।

চ) অন্যীন্য গঠনাৱলী ।


১১। চুহুুংমুং কিমান চনত ৰাজপাটত আৰোহণ কৰিছিল ।

উত্তৰঃ ১৪৯৭ চনত .।


১২। আহোম আৰু কছাৰীসকলৰ মাজত প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল ।

উত্তৰঃ ১৫২৬ চনত ১৬ অক্টোবৰত ।


১৩। কছাৰীসকলৰ ৰাজধানীৰ নাম কি ।

উত্তৰঃ মাইবং ।


১৪। কছাৰীসকলৰ ৰজাজনৰ নাম কি ।

উত্তৰঃ সোণখৰা ।


১৫। কছাৰী ৰজাজনক চোৱাচিতা কৰিবৰ বাবে ৰখা বিষয়াজনৰ নাম কি ।

উত্তৰঃ মৰংগীখোৱা গোহাই ।


১৬। চুতীয়াসকলৰ পৈতৃক সম্পত্তি কি আছিল ।

উত্তৰঃ এটা সোণৰ মেকুৰী .।


১৭। প্ৰথম শদিয়াখোৱা গোহাই কোন আছিল ।

উত্তৰঃ ফ্ৰাচেংমুং বৰগোহাই ।


১৮। চুহুুংমুংৰ দিনত অসম আক্ৰমণ কৰা মুছলমান সেনাপতিজনৰ নাম কি আছিল .

উত্তৰঃ তুৰ্বক (১৫৩২) ।


১৯। প্ৰথম বৰপাত্ৰ গোহাই কোন আছিল ।

উত্তৰঃ কনচেং বৰপাত্ৰ গোহাই ।


২০। চুতীয়াসকলক পৰাস্ত কৰি চুহুুংমুঙে কি ৎসৱ পালন কৰিছিল ।

উত্তৰঃ ঋকত্থান উৎসৱ ।


২১। দুখন Painting স্কুলৰ নাম লিখা ।

উত্তৰঃ গড়গাও স্কুলৰ painting

          দৰং স্কুলৰ painting 

২২। চুকাফা কৰ পৰা আহিছিল ।

উত্তৰঃ বাৰ্মাৰ পৰা ।


২৩। তেওঁ প্ৰথম আহিয়েই কাৰ লগত যুদ্ধ কৰিব লগা হল ।

উত্তৰঃ মৰাণ  আৰু বৰাহী ।


২৪। ঘাচিতি বেগম কোন আছিল ।

উত্তৰঃ আলিবৰ্দী খাৰ ডাঙৰ ছোৱালী আছিল ।


২৫। চিৰাজ-উদ-দৌল্লা কোন আছিল ।

উত্তৰঃ আলিবৰ্দী খাৰ পৰৱৰ্তী নৱাব আছিল ।


২৬। ইংৰাজসকলে বংগলৈ পঠাই দিয়া দুজন ব্যক্তিৰ নাম কি ।

উত্তৰঃ ক) ৰবাৰ্ট ক্লাইৱ ।

খ) এডমিৰেল ৱাটচন ।


২৭। চিৰাজ-উদ-দৌল্লাক কোনে হত্যা কৰিছিল .

উত্তৰঃ চিৰাজ-উদ-দৌল্লাক মিৰজাফৰৰ পুতেক মিৰাণে হত্যা কৰিছিল ।


২৮। বাক্সা যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল।

উত্তৰঃ ১৭৫৪ খ্ৰীষ্টাব্দত ইংৰাজ আৰু বংগৰ নৱাবৰ মাজত বাক্সা যুদ্ধ হৈছিল ।


২৯। শৰণ শব্দটো কৰ পৰা আহিছে ।

উত্তৰঃ সংস্কৃত ভাষাৰ পৰা আহিছে .


৩০। ইছাৰিবস্তু মানে কি ।

উত্তৰঃ গুৰ, দেৱ,ভকত, আৰু নাম ।


৩১। শংকৰদেৱৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম কি .

উত্তৰঃ ক) কীৰ্তনঘোষা ।

             খ) নামঘোষা ।


৩২। প্ৰতাপ সিংহৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাসমূহ কি কি ?

উত্তৰঃ প্ৰতাপ সিংহৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাসমূহ হল 

ক) কছাৰীসকলৰ লগত যুদ্ধ .

খ) মোগলৰ লগত সংঘৰ্ষ ।

গ) ভূঞা দমন ।

ঘ) নতুন পদৰ সৃষ্টি ।

ঙ) প্চাৰ প্ৰথা প্ৰচলন ।

চ) পায়িক ব্যৱস্থাৰ সংস্কাৰ সাধন ।

ছ) মূল্যবোধ বৃদ্ধি ।


৩৩। প্ৰতাপ সিংহৰ সমসাময়িক ৰজাজনৰ নাম কি ।

উত্তৰঃ জয়নাৰায়ণ ।


৩৪। কলিয়াবৰ সন্ধি কেতিয়া াৰু কাৰ কাৰ মাজত হৈছিল ।

উত্তৰঃ ১৬৩৯ চনৰ ফেব্ৰুৱাৰী মাহত আহোম আৰু মোগলৰ মাজত কলিয়াবৰ সন্ধি হৈছিল ।


৩৫। ভূঞাসকলৰ নেতাজনৰ নাম কি ।

উত্তৰঃ উদয় ভূঞা ।


৩৬। প্ৰতাপ সিংহই সৃষ্টি কৰা দুজন মন্ত্ৰীপদৰ নাম লিখা ।

উত্তৰঃ বৰবৰুৱা আৰু বৰফুকন ।


৩৭। প্ৰথম বৰবৰুৱা কোন আছিল ।

উত্তৰঃ মোমাই তামুলী ।


৩৮। প্ৰতাপ সিংহই কিমান চনলৈ ৰাজত্ব কৰিছিল ।

উত্তৰঃ ১৬০৩-১৬৪১ চনলৈ ।


৩৯ । বিচাৰলয়সমূহ কেইটা ভাগত বিভক্ত আৰু কি কি ।

উত্তৰঃ বিচাৰলয়সমূহ দুটা ভাগত বিভক্ত যেনে-

ক) দেৱানী ।

খ) ফৌজদাৰী ।


৪০। আদালতসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ আদালতসমূহক ৪ টা ভাগত ভগাব পাৰি যেনে -

ক) নিম্ন আদালত ।

খ) জিলা আদালত ।

গ) প্ৰাদেশিক আদালত ।

ঘ) সদৰ দেৱানী আদালত ।

৪১। ভাৰতীয় শিক্ষাৰ পৰিৱৰ্তন কোনে কৰিছিল ।

উত্তৰঃ ক) ইষ্ট-ইণ্ডিয়া কোম্পানী।

             খ) খ্ৰীষ্টীয়ান মিছনেৰী ।


৪২। প্ৰথম স্কুল খোলা ব্যক্তিজনৰ নাম কি ।

উত্তৰঃ ৱাৰেণ হেষ্টিংছ ।

৪৩। চাৰ্টাৰ আইন কেতিয়া গঠন কৰা হৈছিল ।

উত্তৰঃ চাৰ্টাৰ আইন ১৮১৩ চনত গঠন কৰা হৈছিল ।


৪৪। উডৰ প্ৰেৰণ পত্ৰ কেতিয়া প্ৰনয়ণ কৰা হৈছিল ।

উত্তৰঃ উডৰ প্ৰেৰণ পত্ৰ ১৮৫৪ চনত প্ৰনয়ণ কৰা হৈছিল ।


৪৫। গদাধৰ সিংহ কেতিয়া ৰাজসিংহাসনত বহিছিল ।

উত্তৰঃ গদাধৰ সিংহ ১৬৮১ চনত ৰাজসিংহাসনত বহিছিল ।


৪৬। গদাধৰ সিংহৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাসমূহ কি আছিল ?

 উত্তৰঃ গদাধৰ সিংহৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাসমূহ হল 

ক) আভ্যন্তৰীণ বিদ্ৰোহ দমন ।

খ) ইটাখুলিৰ ৰণ ।

গ) মিৰি আৰু নগা দমন ।

ঘ) প্ৰজাহিতকৰ কাম ।


৪৭। গদাধৰ সিংহ কোন ফৈদৰ ৰজা আছিল ।

উত্তৰঃ তুংখুঙ্গীয়া ফৈদৰ ৰজা আছিল ।


৪৮। ইটাখুলিৰ ৰণ কেতিয়া হৈছিল ।

উত্তৰঃ ১৬৮২ খ্ৰীষ্টাব্দত ।


৪৯। আহোম আৰু মোগলৰ শেষযুদ্ধখনৰ নাম কি ।

উত্তৰঃ ইটাখুলিৰ যুদ্ধ ।


৫০। গদাধৰ সিংহই মিৰি আৰু নগাসকলক দমন কৰিবলৈ পঠাই দিয়া ব্যক্তিজনৰ নাম কি ।

উত্তৰঃ নাওবৈচা ফুকন ।


৫১। গদাধৰ সিংহই বৈষ্ণৱসকলৰ প্ৰতি অত্যাচাৰ কৰাৰ কাৰণ কি আছিল ।

উত্তৰঃ ক) বৈষ্ণৱ সত্তাধিকাৰসকলৰ ক্ষমতা বৃদ্ধি ।

           খ) গদাধৰ সিংহৰ বৈষ্ণৱ সত্তাধিকাৰসকলৰ প্ৰতি ব্যক্তিগত ক্ষোভ ।

           গ) বৈষ্ণৱসকলৰ খাদ্যঅভ্যাস ।

            ঘ) বৈষ্ণৱসকলৰ সত্ৰ ব্যৱস্থা ।

             ঙ) গদাধৰ সিংহৰ শাক্ত ধৰ্মৰ প্ৰতি পৃষ্ঠপোষকতা ।


    ৫২। ধোদৰ আলি কাৰ দিনত নিৰ্মাণ কৰা হৈছিল ।

     উত্তৰঃ গদাধৰ সিংহ ।


৫৩। পোপ কোন আছিল ।

উত্তৰঃ পোপ হল ধৰ্মীয় গুৰু ।


৫৪। ফৰাচী দেশৰ জাতীয় পথ পদৰ্শক বুলি কাক কোৱা হয় ।

উত্তৰঃ নেপোলিয়ন বোৰ্নাপাটক ফৰাচী দেশৰ পথ পদৰ্শক বুলি কোৱা হয় ।


৫৫। সংবাদ জগতৰ পিতৃ বুলি কাক কোৱা হয় ।

উত্তৰঃ নেপোলিয়ন বোৰ্নাপাটক ।


৫৬। কিমান চনত নেপোলিয়নে বেংক প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ ১৮০০ চনত নেপোলিয়নে বেংক প্ৰতিষ্ঠা কৰিছিল ।


৫৭। ৰুদ্ৰসিংহ কিমান খ্ৰীষ্টাব্দত ৰাজপাটত বহিছিল ।

উত্তৰঃ ৰুদ্ৰসিংহ ১৬৯৬ চনত ৰাজসিংহাসনত বহিছিল ।


৫৮। ৰুদ্ৰসিংহৰ আহোম নাম কি আছিল ।

উত্তৰঃ ৰুদ্ৰসিংহৰ আহোম নাম হল চুখ্ৰানফা ।


৫৯। ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাসমূহ কি কি ।

উত্তৰঃ ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাসমূহ হল 

ক) বৈষ্ণৱসকলৰ প্ৰতি গ্ৰহণ কৰা নীতি ।

খ) আভ্যন্তৰীম বিদ্ৰোহ দমন ।

গ) কছাৰী আৰু জয়ন্তীয়া ৰজাৰ লগত সম্পৰ্ক ।

ঘ) বংগ অভিযানৰ আচনি ।

ঙ) কৃষ্ণৰাম ভট্ৰাচাৰ্য ন্যায়বাগিশৰ আগমন ।

চ) প্ৰশাসনিক কাৰ্যৱলী .

ছ) অন্যান্য প্ৰজাহিতকৰ কাৰ্যৱলী ।


৬০ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী আৰু জয়ন্তীয়া ৰজাৰ নাম কি আছিল ।

উত্তৰ) কছাৰী ৰজা --  তাম্ৰদজ

            জয়ন্তীয়া ৰজা ---  ৰামসিংহ ।


৮১। বংগ অভিযানৰ আচনি কোনে লৈছিল ।

উত্তৰঃ ৰুদ্ৰসিংহ ।


৬২ । কৃষ্ণৰাম ভট্ৰাচাৰ্য ন্যায়বাগিশ কোন আছিল ।

উত্তৰঃ কৃষ্ণৰাম ভট্ৰাচাৰ্য ন্যায়বাগিশ শাক্ত ধৰ্মৰ এজন গুৰু আছিল ।


৬৩। ৰুদ্ৰসিংহক ৰাজকাৰ্যত সহায় কৰা ৫ জন মন্ত্ৰীৰ নাম লিখা ।

উত্তৰঃ কটকী,কাকতি, বৈৰাগী, খাউণ্ড আৰু দলৈ ।


৬৪। দলৈসকলৰ কাম কি আছিল ।

উত্তৰঃ দলৈসকলৰ কাম আছিল জ্যোতিষ বিদ্যাৰ চৰ্চা ।


৬৫। মূলাগাভৰু গিৰিয়েকৰ নাম কি আছিল ।

উত্তৰঃ ফ্ৰাচেংমুং বৰগোহাই ।