অধ্য়ায়-৩০ 

১।     মহাদেৱে কি ৰূপ ধাৰণ কৰি অৰ্জুনৰ ওচৰত উপস্থিত হৈছিল?

উত্তৰঃ মহাদেৱে কিৰাত বেশ ধৰি অৰ্জুনৰ ওচৰত উপস্থিত হৈছিল।

২।    ইন্দ্ৰৰ ৰথৰ সাৰথিৰ নাম কি?

উত্তৰঃ ইন্দ্ৰৰ ৰথৰ সাৰথিৰ নাম হ'ল মাতলি। 

৩।    অৰ্জুনে মহাদেৱৰপৰা কি বৰ ভিক্ষা কৰিছিল?

উত্তৰঃ অৰ্জুনে মহাদেৱৰপৰা পাশুপত অস্ত্ৰ ভিক্ষা কৰিছিল।



Author- Bikash Bora