অধ্য়ায়-৩১

১।    ভীম আৰু হনুমানৰ সাক্ষাতৰ কাহিনীটো চমুকৈ লিখা।

উত্তৰঃ দ্ৰৌপদীৰ কাবৌ মিনতি শুনি ফুল বিচাৰি ওলাল ভীম। তেওঁ বহুত দূৰ গৈ থকাত বান্দৰ এটাই বাট ভেটি শুই আছিল। ভীমে খঙত জ্বলি উঠি মেঘৰ ঢেৰেকনিৰ দৰে এটা  প্ৰকাণ্ড শব্দ কৰিলে। বান্দৰে ভীমক উপুলঙা কৰি হাঁহি এটা মাৰি লে। আৰু অলপ তেওঁলোকে কথা পতা পিছত বান্দৰে কলে তেতিয়াহ'লে মোৰ নেজডালকে আঁতৰাই বাট উলিয়াই পাৰ হোৱা। ভীমে বহুত চেষ্টা কৰিলে কিন্তু তেওঁ বান্দৰ নেজডাল লৰচৰ কৰিব নোৱাৰিলে। 


Author- Bikash Bora