অধ্য়ায়-৩৮

১।     নকুল-সহদেৱৰ মোমায়েক কোন আছিল?

উত্তৰঃ নকুল-সহদেৱৰ মোমায়েক মদ্ৰৰাজ শল্য় আছিল। 


২।    যুধিষ্ঠিৰে শল্য়ৰাজৰপৰা যুদ্ধত কি সহায় বিচাৰিছিল?

উত্তৰঃ যুধিষ্ঠিৰে শল্য়ৰাজৰপৰা যুদ্ধত এনেদৰে সহায় বিচাৰিলে যেতিয়া কৰ্ণ আৰু অৰ্জুনৰ মাজত যুদ্ধ লাগিব সেই সময়ত শল্য়ৰাজে অৰ্জুনক ৰক্ষা কৰি থাকিব লাগিব। 



Author- Bikash Bora