অধ্য়ায়-৪৯ ৰ পৰা ৫১ লৈ 

১।     অশ্বত্থামা কাৰ পুত্ৰ আছিল?

উত্তৰঃ অশ্বত্থামা দ্ৰোণ পুত্ৰ আছিল। 

২।    দ্ৰোণাচাৰ্যৰ মৃত্য়ুৰ পাছত কৌৰৱৰ সেনাপতি কোন হৈছিল?

উত্তৰঃ দ্ৰোণাচাৰ্যৰ মৃত্য়ুৰ পাছত কৰ্ণ সেনাপতি হৈছিল। 

৩।    পাণ্ডৱৰ প্ৰথম সেনাপতি কোন আছিল?

উত্তৰঃ পাণ্ডৱৰ প্ৰথম সেনাপতি ধৃষ্টদ্য়ুম্ন আছিল। 



Author- Bikash Bora 




Post ID : DABP004778