অধ্য়ায়-৫২ ৰ পৰা ৫৩ লৈ

১।     ধৃষ্টদ্য়ুম্নক কোনে বধ কৰিছিল?

উত্তৰঃ ধৃষ্টদ্য়ুম্নক অশ্বত্থামাই বধ কৰিছিল।

২।    শ্ৰীকৃষ্ণই ভীমক কিয় ধৃতৰাষ্ট্ৰৰ ওচৰলৈ যাবলৈ হাক দিছিল?

উত্তৰঃ শ্ৰীকৃষ্ণই জানিছিল যে ভীম ধৃতৰাষ্টৰ ওচৰলৈ গলে তেওঁ দুই হাতেৰে চেপি ডোখৰ দোখৰ কৰি পেলাব সেই কাৰণে শ্ৰীকৃষ্ণই ভীমক ধৃতৰাষ্টৰ ওচৰলৈ যাব দিয়া নাই।



Author- Bikash Bora  





Post ID : DABP004779