অধ্য়ায়-৫৪ ৰ পৰা ৫৫ লৈ 

১।     শ্ৰীকৃষ্ণই কিদৰে মৃত্য়ুবৰণ কৰিছিল?

উত্তৰঃ এদিন শ্ৰীকৃষ্ণই গছ এজোপাৰ তলত জিৰণি লৈ আছিল। তেনে অৱস্থাত এটা চিকাৰীয়ে পহু যেন দেখি কাঁড় মাৰিলে আৰু শ্ৰীকৃষ্ণৰ মৃত্য়ু হ'ল। 

২।    যুধিষ্ঠিৰৰ লগত যোৱা কুকুৰটো প্ৰকৃততে কোন আছিল?

উত্তৰঃ যুধিষ্ঠিৰৰ লগত যোৱা কুকুৰটো প্ৰকৃততে যুধিষ্ঠিৰ পিতৃ ধৰ্মৰাজ আছিল। 


Author- Bikash Bora 




Post ID : DABP004780