16.1
সংখ্যাৰ সৈতে ধেমালি
1. 2,3,5,9 ৰে তলৰ সংখ্যাবোৰৰ বিভাজ্যতা পৰীক্ষা কৰা
i)2453
Solution: 4253 ৰ এককৰ ঘৰত 3 থকা কাৰণে 2আৰু 5 ৰে বিভাজ্য নহয়। 3 ৰে বিভাজ্য নহয় বাবে 9 ৰেও বিভাজ্য নহয়।
ii) 18935
Solution: 18935 ৰ একৰৰ ঘৰত 5 আছে বাবে 5 ৰে বিভাজ্য হ'ব। এই অংকৰেইটাৰ যোগফলটো 3ৰে গুণিতক নহয় বাবে 3 ৰে বিভাজ্য নহয়, আৰু 3 ৰে নহয় বাবে 9ৰেও বিভাজ্য নহয়।
iii) 12123232
Solution: 12123232ৰ এককৰ ঘৰত 2থকাৰ বাবে 2 ৰে বিভাজ্য হয়, 5,3,আৰু 9 ৰে বিভাজ্য নহয়।
iv) 8753973
Solution: 8753973ক 3ৰে বিভাজ্য হয়। 2আৰু 5ৰে বিভাজ্য নহয়।
v)333666
Solution: 333666ক 2,3আৰু 9বিভাজ্য হয়।কিন্তু 5ৰে বিভাজ্য নহয়।
vi) 785634
Solution: 785634 ক 2আৰু 3ৰে বিভাজ্য হয়।
2. 4,6,8,11 ৰে তলৰ সংখ্যাবোৰৰ বিভাজ্যতা পৰীক্ষা কৰা
i) 532740
Solution: 532740 ক 4আৰু 6 ৰে বিভাজ্য হয়।8আৰু 11ৰে বিভাজ্য নহয়।
ii) 347435
solution: 347435 ক 11ৰে বিভাজ্য হয়।
iii) 123456
Solution: 123456 ক 4,6 8 ৰে বিভাজ্য হয়।
iv) 693011
Solution: 693011ক 11ৰে বিভাজ্য হয়।
v) 1238932
Solution: 1238932 ক 4ৰে বিভাজ্য হয়।
3. 7আৰু 13ৰে তলৰ সংখ্যাবোৰৰ বিভাজ্যতা পৰীক্ষা কৰা
i) 2561876
Solution: 2561876 ক 7ৰে বিভাজ্য হয়।
ii) 864192
Solution: 864192ক 7ৰে বিভাজ্য হয়।
iii) 1604928
Solution: 1604928ক 7ৰে বিভাজ্য নহয়।
4. 25372x অত xৰ মান উলিওৱা যাতে সংখ্যাটো (i)3ৰে বিভাজ্য হয়।(ii) 9ৰে বিভাজ্য হয়।
Solution: 25372x
i) 3ৰে বিভাজ্য হ'বলৈ হলে x ৰ মান 2,5 আৰু 8 হ'ব লাগিব।
ii) 9ৰে বিভাজ্য হ'বলৈ হ'লে xৰ মান 8 থাকিব লাগিব।
5. 25x043 সংখ্যাটোত x ৰ মান উলিওৱা যাতে ই 11 ৰে বিভাজ্য হয়।
Solution: 25x043 সংখ্যাটো 11ৰে বিভাজ্য হ'বলৈ xৰ মান 2 হ'ব লাগিব।
DIKHA BORA