16.1

সংখ্যাৰ সৈতে ধেমালি


1. 2,3,5,9 ৰে তলৰ সংখ্যাবোৰৰ বিভাজ্যতা পৰীক্ষা কৰা

i)2453

Solution: 4253 ৰ এককৰ ঘৰত 3 থকা কাৰণে 2আৰু 5 ৰে বিভাজ্য নহয়। 3 ৰে বিভাজ্য নহয় বাবে 9 ৰেও বিভাজ্য নহয়।

ii) 18935

Solution: 18935 ৰ একৰৰ ঘৰত 5 আছে বাবে 5 ৰে বিভাজ্য হ'ব। এই অংকৰেইটাৰ যোগফলটো 3ৰে  গুণিতক নহয় বাবে 3 ৰে বিভাজ্য নহয়, আৰু 3 ৰে নহয় বাবে 9ৰেও বিভাজ্য নহয়।

iii) 12123232

Solution: 12123232ৰ এককৰ ঘৰত 2থকাৰ বাবে 2 ৰে বিভাজ্য হয়, 5,3,আৰু 9 ৰে বিভাজ্য নহয়।

iv) 8753973

Solution: 8753973ক 3ৰে বিভাজ্য হয়। 2আৰু 5ৰে বিভাজ্য নহয়।

v)333666

Solution: 333666ক 2,3আৰু 9বিভাজ্য হয়।কিন্তু 5ৰে বিভাজ্য নহয়।

vi) 785634

Solution: 785634 ক 2আৰু 3ৰে বিভাজ্য হয়।


2. 4,6,8,11 ৰে তলৰ সংখ্যাবোৰৰ বিভাজ্যতা পৰীক্ষা কৰা

i) 532740

Solution: 532740 ক 4আৰু 6 ৰে বিভাজ্য হয়।8আৰু 11ৰে বিভাজ্য নহয়।

ii) 347435

solution: 347435 ক 11ৰে বিভাজ্য হয়।

iii) 123456

Solution: 123456 ক 4,6 8 ৰে বিভাজ্য হয়।

iv) 693011

Solution: 693011ক 11ৰে বিভাজ্য হয়।

v) 1238932

Solution: 1238932 ক 4ৰে বিভাজ্য হয়।


3.  7আৰু 13ৰে তলৰ সংখ্যাবোৰৰ বিভাজ্যতা পৰীক্ষা কৰা

i) 2561876

Solution: 2561876 ক 7ৰে বিভাজ্য হয়।

ii) 864192

Solution: 864192ক 7ৰে বিভাজ্য হয়।

iii) 1604928

Solution: 1604928ক 7ৰে বিভাজ্য নহয়।


4.  25372x অত xৰ মান উলিওৱা যাতে সংখ্যাটো (i)3ৰে বিভাজ্য হয়।(ii) 9ৰে বিভাজ্য হয়।

Solution: 25372x 

i) 3ৰে বিভাজ্য হ'বলৈ হলে x ৰ মান 2,5 আৰু 8 হ'ব লাগিব।

ii) 9ৰে বিভাজ্য হ'বলৈ হ'লে xৰ মান 8 থাকিব লাগিব।


5. 25x043 সংখ্যাটোত x ৰ মান উলিওৱা যাতে ই  11 ৰে বিভাজ্য হয়।

Solution: 25x043 সংখ্যাটো 11ৰে বিভাজ্য হ'বলৈ xৰ মান 2 হ'ব লাগিব।


DIKHA BORA