অধ্য়ায়-৪২ ৰ পৰা ৪৩ লৈ

১।    কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধখন ক'ত হৈছিল?

উত্তৰঃ কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধখন কৰুক্ষেত্ৰ নামৰ এখন আহল-বহল পথাৰত হৈছিল। 

২।    যুদ্ধক্ষেত্ৰত অৰ্জুনে কিয় কান্ধৰপৰা গাণ্ডীৱধনু নমাই থৈছিল?

উত্তৰঃ শ্ৰীকৃষ্ণক অৰ্জুনে ক'লে চোৱাঁ সখা এইবিলাক নিজৰ মানুহক বধ কৰি পাপ কৰিবৰ ইচ্ছা মোৰ নাই। তেওঁলোক সকলোকে মাৰি আমিনো কাৰ ওপৰত ৰাজত্ব কৰিম? ওঁহো মই যুদ্ধ নকৰোঁ। এইবুলি তেওঁৰ গাণ্ডীৱ ধনু কান্ধৰপৰা নমাই থৈছিল। 

৩।    অৰ্জুনৰ ৰথৰ সাৰথি কোন আছিল?

উত্তৰঃ অৰ্জুনৰ ৰথৰ সাৰথি শ্ৰীকৃষ্ণ আছিল। 



Author- Bikash Bora