পাঠ ১৪
পৰিসংখ্যা
অনুশীলনী 14.2
1. অষ্টম শ্ৰেণীৰ 30 গৰাকী ছাত্ৰ/ছাত্ৰীৰ তেজৰ গ্ৰুপ নিম্নোক্ত ধৰণে লিপিবদ্ধ কৰা হ'ল一
A B O O AB O A O B A O B A O O A AB O A A O O AB B A O B A B O
বাৰংবাৰতা বিভাজন তালিকাৰ ৰূপত তথ্যখিনিক প্ৰদৰ্শন কৰা। ছাত্ৰ/ছাত্ৰীসকলৰ ভিতৰত তেজৰ গ্ৰুপ আটাইতকৈ সাধাৰণ ( সঘনাই উপলব্ধ ) আৰু কোনটো দুষ্প্ৰাপ্য?
উত্তৰঃ
তেজৰ গ্ৰুপ
|
ছাত্ৰ/ছাত্ৰীৰ
সংখ্যা
|
A
|
9
|
B
|
6
|
O
|
12
|
AB
|
3
|
মুঠ
|
30
|
O গ্ৰুপ আটাইতকৈ সাধাৰণ। আৰু AB গ্ৰুপ দুষ্প্ৰাপ্য।
2. 40 গৰাকী অভিযন্তাৰ বাসস্থানৰ পৰা তেওঁলোকৰ কৰ্মস্থানৰ দূৰত্ব ( কি.মি ত ) নিম্নোক্ত ধৰণে পোৱা গ'ল।
5 3 10 20 25 11 13 7 12 31 19 10 12 17 18 11 32 17 16 2 7 9 7 8 3 5 12 15 18 3 12 14 2 9 6 15 15 7 6 12
ওপৰোক্ত তথ্যৰ বাবে এখন শ্ৰেণীভুক্ত বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা যাৰ শ্ৰেণী প্ৰস্থৰ আকাৰ 5 আৰু প্ৰথম শ্ৰেণী অন্তৰালটো হ'ল 0 - 5 ( 5 অন্তৰ্ভুক্ত নহয় )। এই তালিকাকৃতিৰ উপস্থাপনৰ পৰা কি মূল বৈশিষ্ট্য তোমাৰ চকুত পৰিছে?
উত্তৰঃ
দূৰত্ব
|
অভিযন্তাৰ সংখ্যা
|
0 – 5
|
5
|
5 - 10
|
11
|
10 – 15
|
11
|
15 – 20
|
9
|
20 – 25
|
1
|
25 – 30
|
1
|
30 – 35
|
2
|
মুঠ
|
40
|
3. কোনো এখন মহানগৰৰ 30 দিনীয়া এটা মাহৰ আপেক্ষিক আদ্ৰতাৰ পৰিমাণ ( শতাংশ ) আছিল এনেধৰণৰ 一
98.1 98.6 99.2 90.3 86.5 95.3 92.9 96.3 94.2 95.1 89.2 92.3 97.1 93.5 92.7 95.1 97.2 93.3 95.2 97.3 96.2 92.1 84.9 90.2 95.7 98.3 97.3 96.1 92.1 89
(i) শ্ৰেণী অন্তৰাল 84 - 86, 86 - 88, ইত্যাদি ধৰণে লৈ এখন শ্ৰেণীভুক্ত বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ
আদ্ৰতা
|
দিনৰ সংখ্যা
|
84 – 86
|
1
|
86 – 88
|
1
|
88 – 90
|
2
|
90 – 92
|
2
|
92 – 94
|
7
|
94 - 96
|
6
|
96 - 98
|
7
|
98
- 100
|
4
|
মুঠ
|
30
|
(ii) এই তথ্যখিনিয়ে কোন মাহ বা ঋতুৰ নিৰ্দেশ কৰে বুলি ভাবা?
উত্তৰঃ
(iii) তথ্যখিনিৰ বিস্তাৰ অৰ্থাৎ পৰিসৰ কি?
উত্তৰঃ 99.2 - 84.9 = 14.3।
4. আসন্ন চেণ্টিমিটাৰত 50 গৰাকী ছাত্ৰৰ উচ্চতা তলত উল্লেখ কৰা ধৰণে পোৱা গ'ল 一
161 150 154 165 168 161 154 162 150 151 162 164 171 165 158 154 156 172 160 170 153 159 161 170 162 165 166 168 165 164 154 152 153 156 158 162 160 161 173 166 161 159 162 167 168 159 158 15 154 159
(i) 160 - 165, 165 - 170, ইত্যাদি শ্ৰেণী অন্তৰাল লৈ ওপৰোক্ত তথ্যখিনিক এখন শ্ৰেণীভুক্ত বাৰংবাৰতা বিভাজন তালিকাত সজোৱা।
উচ্চতা
|
ছাত্ৰ/ছাত্ৰীৰ
সংখ্যা
|
150
– 155
|
12
|
155
– 160
|
10
|
160
– 165
|
14
|
165
– 170
|
9
|
170
– 175
|
5
|
মুঠ
|
50
|
5. এখন মহানগৰৰ প্ৰতি PPM ( parts per million ) বায়ুত ছালফাৰ ডায়'ক্সাইডৰ গাঢ়তা জুখিবৰ বাবে এক অধ্যন চলোৱা হৈছিল। 30 দিনৰ অধ্যয়নত লাভ কৰা তথ্যসমূহ আছিল এনেধৰণৰ 一
0.03 0.08 0.08 0.09 0.04 0.17 0.16 0.05 0.02 0.06 0.18 0.20 0.11 0.08 0.12 0.13 0.22 0.07 0.08 0.01 0.10 0.06 0.09 0.18 0.11 0.07 0.05 0.07 0.01 0.04
(i) 0.00 - 0.04, 0.04 - 0.08, এনেধৰনে শ্ৰেণী অন্তৰাল লৈ এই তথ্য়ৰাজিৰ পৰা এখন শ্ৰেণীভুক্ত বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰি উলিওৱা।
শ্ৰেণী
|
দিনৰ
সংখ্যা
|
0.00
– 0.04
|
4
|
0.04
– 0.08
|
9
|
0.08
– 0.12
|
9
|
0.12
– 0.16
|
2
|
0.16
– 0.20
|
4
|
0.20
– 0.24
|
2
|
মুঠ
|
30
|
(ii) কিমান দিন ছালফাৰ ডায়'ক্সাইডৰ গাঢ়তা 0.11 PPM তকৈ বেছি আছিল?
উত্তৰঃ 8 দিন।
6. তিনিটা মুদ্ৰা একে সময়তে 30 বাৰ টছ কৰা হ'ল। প্ৰতি বাৰতে উঠা মুণ্ডৰ সংখ্যা নিম্নোক্ত ধৰণে লিপিবদ্ধ কৰা হ'ল।
0 1 2 2 1 2 3 1 3 0 1 3 1 1 2 2 0 1 2 1 3 0 0 1 1 2 3 2 2 0
ওপৰোক্ত তথ্যৰ বাবে এখন বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা।
মুণ্ডৰ সংখ্যা
|
বাৰংবাৰতা
|
0
|
6
|
1
|
10
|
2
|
9
|
3
|
5
|
মুঠ
|
30
|
7. তলত π ৰ মান 50 দশমিক স্থানলৈ উলিয়াই দেখুওৱা হৈছে 一
3.14159265358979328346264338327950288419716939937510
(i) দশমিক বিন্দুৰ পিছত বহা 0 ৰ পৰা 9 লৈ অংকবোৰৰ বাৰংবাৰতা বিভাজন এখন প্ৰস্তুত কৰি উলিওৱা।
অংক
|
বাৰংবাৰতা
|
0
|
2
|
1
|
5
|
2
|
5
|
3
|
8
|
4
|
4
|
5
|
5
|
6
|
4
|
7
|
4
|
8
|
5
|
9
|
8
|
মুঠ
|
50
|
8. 30 জন শিশুৱে আগৰ সপ্তাহত দূৰদৰ্শনৰ কাৰ্যসূচী কিমান ঘণ্টাকৈ চাইছিল সেই সম্পৰ্কীয় তথ্যসমূহ তলত দিয়া ধৰণে পোৱা গ'ল 一
1 6 2 3 5 12 5 8 4 8 10 3 4 12 2 8 15 1 17 6 3 2 8 5 9 6 8 7 14 12
(i) শ্ৰেণী প্ৰস্থ 5 আৰু এটা শ্ৰেণী অন্তৰাল 5 - 10 ধৰি এই তথ্যৰ পৰা এখন বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা।
ঘণ্টাৰ সংখ্যা
|
বাৰংবাৰতা
|
0 – 5
|
10
|
5 – 10
|
13
|
10 - 15
|
5
|
15 - 20
|
2
|
মুঠ
|
30
|
(ii) সপ্তাহটোত 15 ঘণ্টা বা তাতোকৈ অধিক সময় টিভি চোৱা শিশুৰ সংখ্যা কিমান?
উত্তৰঃ 2 জন।
9. এটা কোম্পানীয়ে এক বিশেষ ধৰণৰ গাড়ীৰ বেটাৰী প্ৰস্তুত কৰে। এনে ধৰণৰ 40 টা বেটাৰীৰ আয়ুকাল ( বছৰ হিচাপত ) নিম্নোক্ত ধৰণে লিপিবদ্ধ কৰা হৈছে।
2.6 3.0 3.7 3.2 2.2 4.1 3.5 4.5 3.5 2.3 3.2 3.4 3.8 3.2 4.6 3.7 2.5 4.4 3.4 3.3 2.9 3.0 4.3 2.8 3.5 3.2 3.9 3.2 3.2 3.1 3.7 3.4 4.6 3.8 3.2 2.6 3.5 4.2 2.9 3.6
0.5 আকাৰৰ শ্ৰেণী দৈৰ্ঘ আৰু প্ৰথম শ্ৰেণী 2 - 2.5 লৈ তথ্যসমূহৰ পৰা এখন বৰ্গীকৃত বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা।
আয়ুকাল
( বছৰত )
|
বাৰংবাৰতা
|
2
– 2.5
|
2
|
2.5
– 3
|
6
|
3
– 3.5
|
14
|
3.5
– 4
|
11
|
4
– 4.5
|
4
|
4.5
- 5
|
3
|
মুঠ
|
40
|
- Hiru Moni Bora