Ex – 9.1

 1.তলৰ চিত্ৰবোৰৰ কোণবোৰ একে ভূমি আৰু একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্হিত? এনে ক্ষেত্ৰত সাধাৰণ ভূমিটো আৰু সমান্তৰাল ৰেখা দুটা উল্লেখ কৰা ।

উত্তৰঃ

        i) PDC আৰু ABCD চতুৰ্ভূজটো একে ভূমি CD আৰু একে সমান্তৰাল ৰেখা DC আৰু AB ৰ মাজত অৱস্হিত।

        ii) TRQ আৰু SRQP সামন্তৰিকটো একে RQ আৰু একে যোৰ সমান্তৰাল ৰেখা RQ আৰু SP ৰ মাজত অৱস্হিত।

        iii) APCD আৰু ABQD চতুৰ্ভূজ দুটা একে AD আৰু একে যোৰ সমান্তৰাল সৰল ৰেখা AD আৰু BQ ৰ মাজত অৱস্হিত।


Author- Leena Kakati