Ex – 9.1
1.তলৰ চিত্ৰবোৰৰ কোণবোৰ একে ভূমি আৰু একে ভূমি
আৰু একে সমান্তৰালৰ মাজত অৱস্হিত? এনে
ক্ষেত্ৰত সাধাৰণ ভূমিটো আৰু সমান্তৰাল ৰেখা দুটা উল্লেখ কৰা ।
উত্তৰঃ
i) ∆PDC
আৰু
ABCD চতুৰ্ভূজটো একে ভূমি CD
আৰু
একে সমান্তৰাল ৰেখা DC আৰু
AB ৰ মাজত অৱস্হিত।
ii) ∆TRQ
আৰু
SRQP সামন্তৰিকটো একে RQ
আৰু
একে যোৰ সমান্তৰাল ৰেখা RQ আৰু
SP ৰ মাজত অৱস্হিত।
iii) APCD আৰু
ABQD চতুৰ্ভূজ দুটা একে AD
আৰু
একে যোৰ সমান্তৰাল সৰল ৰেখা AD আৰু
BQ ৰ মাজত অৱস্হিত।
0 Comments