Dimpu Baruah Skydiving








    স্কাইডাইভিং হৈছে ধেমালিৰ বাবে  Airplane পৰা Parachut পিন্ধি তললৈ জপিয়াই দিয়া এটা খেল। স্কাইডাইভিংত ব্যক্তিগত ভাৱে আৰু মানুহৰ গোটৰ সৈতে তললৈ জপিয়াই দিব পাৰি আৰু ইয়াত অধিক প্ৰশিক্ষণৰ প্ৰয়োজন। জপিয়াই পৰাটো হেলিকপ্টাৰ বা আকাশত যথেষ্ট ওখ বেলুনৰ পৰাও ইয়াত জপিয়াই দিব পাৰি। স্কাইডাইভিং এক ৰোমাঞ্চকৰ খেল হ'ব পাৰে।

১৬/03/২০২২ অসমৰ Youtubeৰ ডিম্পু বৰুৱা এই Skydivingৰ আনন্দ উপভোগ কৰিলে। তাৰ কেইটামান Photo উপৰত দিয়া হ'ল।