What is a computer clock? 

কম্পিউটাৰ ঘড়ী কি?

Answer: সাধাৰণতে, ঘড়ীটোৱে এক Microchip (মাইক্ৰ'চিপ) বুজায় যি সকলো কম্পিউটাৰ Function (ফাংচন)ৰ সময় আৰু গতি নিয়ন্ত্ৰণ কৰে। Chip (চিপ)টোত এটা স্ফটিক থাকে যি বিদ্যুৎ প্ৰয়োগ কৰাৰ সময়ত এক নিৰ্দিষ্ট কম্পনাঙ্কত কম্পন কৰে। যিকোনো কম্পিউটাৰে প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা আটাইতকৈ কম সময় হৈছে এক ঘড়ী, বা ঘড়ীৰ চিপৰ এটা কম্পন।



Himadree Bora