অধ্য়ায়-এক
শহাপহু আৰু কাছ
১। দৌৰ প্ৰতিযোগিতাখন ক'ত হৈছিল?
উত্তৰঃ দৌৰ প্ৰতিযোগিতাখন কাজিৰঙাত হৈছিল।
২। তাত কোনে কোনে যোগদান কৰিছিল?
উত্তৰঃ তাত হাতী, গঁড়, বাঘ, ভালুক, হৰিণ আদিয়ে যোগদান কৰিছিল।
৩। আঁহত গছৰ ছাঁ-ত হাতত বঁটা লৈ কোন বহি আছিল?
উত্তৰঃ আঁহত গছৰ ছাঁ-ত হাতত বঁটা লৈ সিংহৰাজ বহি আছিল।
৪। শহা দৌৰি আহি অলপমান শোওঁ বুলি ক'ত শুইছিল?
উত্তৰঃ শহা দৌৰি আহি অলপমান শোওঁ বুলি বিৰিণা এজোপাতে শুইছিল।
৫। দৌৰত কোন জিকিল?
উত্তৰঃ দৌৰত কাছ জিকিছিল।
Author- Bikash Bora
Check by - Mukesh Borah