অধ্য়ায়-এঘাৰ

গাঁৱৰ এন্দুৰ আৰু চহৰৰ এন্দুৰ


১। হৰিধনে ৰামধনক কি কি খাবলৈ যতনাই দিছিল?

উত্তৰঃ হৰিধনে ৰামধনক আলু, কচু, ধান, গোমধান বিধে বিধে যতনাই দিছিল।

 

২। হৰিধনে মূৰত মস্ত খুন্দা এটা কিয় খাইছিল?

উত্তৰঃ হৰিধনে ততাতৈয়া কৰোঁতে মূৰত মস্ত খুন্দা এটা খাইছিল।

 

৩। বাটকুৰি বাই আহিও ইয়াত সুখেৰে এমুঠি খাব নোৱাৰিলোঁ। পদে পদে মৰণৰ ভয়।-বুলি কোনে কৈছিল?

উত্তৰঃ এই বুলি হৰিধনে কৈছিল।

 


Author- Bikash Bora  

Check By - Mukesh Borah