অধ্য়ায়-বাৰ
খৰিকটীয়া আৰু জলদেৱতা
১। দুখীয়া খৰিকটীয়াজনৰ
নাম কি আছিল?
উত্তৰঃ দুখীয়া খৰিকটীয়াজনৰ নাম কণপাই আছিল।
২। খৰি কাটি থাকোঁতে কুঠাৰখন ক’ত পৰি গৈছিল?
উত্তৰঃ খৰি কাটি থাকোঁতে কুঠাৰখন নৈৰ পানীত পৰি গৈছিল।
৩। ‘এইখন তোমাৰ কুঠাৰ নেকি?’ বুলি খৰিকটীয়াক কোনে
সুধিছিল?
উত্তৰঃ এই বুলি জলদেৱতাই
সুধিছিল।
৪। লুভীয়া কমাৰ জনৰ নাম
কি আছিল?
উত্তৰঃ লুভীয়া কমাৰ জনৰ নাম মনভাই আছিল।
৫। জলদেৱতাই মনভাইক কুঠাৰখন ঘূৰাই দিলেনে?
উত্তৰঃ জলদেৱতাই মনভাইক কুঠাৰখন ঘূৰাই নিদিলে।
Author- Bikash Bora
Check By - Mukesh Borah