অধ্য়ায়-১৭

ফুল আৰু গছৰ অংগ 


১। তলত ফুল কিছুমানৰ নাম ওলট-পালটকৈ দিয়া আছে। সঠিককৈ লিখাঁ।

(ক) মদুপ            পদুম 

(খ) ৱালিশে         শেৱালি

(গ) লাপগো         গোলাপ

(ঘ) গতৰ              তগৰ

(ঙ) ৰিপাতজা     পাৰিজাত

(চ) শলাপ             পলাশ     

(ছ) খকাৰিইজাঁ  খৰিকাজাঁই

(জ) এৰজা          এজাৰ

(ঝ) নাহানাচহা    হাচনাহানা

(ঞ) ণাৰুসো        সোৰুণা

(ট) লিধূগ লগোপা গধূলি গোপাল

(ঠ) ৰহনা               নাহৰ



Author- Bikash Bora 

Check by - Mukesh Borah