অধ্য়ায়-১৯

বনৰীয়া জন্তু


◻তলৰ খালী ঠাইবোৰ উপযুক্ত কথাৰে পূৰাব। 

১। হাবিত থকা জন্তুক বনৰীয়া জন্তু বুলি কয়। 

২। বাঘ, সিংহই আন প্ৰাণীৰ মাংস খায়। সেয়ে ইহঁতক মাংস ভোজী  প্ৰাণী বুলি কয়। 

৩। হৰিণা, গঁড়, জেব্ৰা, জলহস্তী, শহা আদিয়ে ঘাঁহ-বন, গছৰ পাত  আদি খায়। সেয়ে ইহঁতক তৃণ ভোজী বুলি কোৱা হয়।

 ৪। ঘঁৰিয়াল, তিমি মাছ আদি পানী ত থাকে। 

৫। ঘঁৰিয়ালে সাঁতুৰিব পাৰে। 

৬। তিমি মাছে কণী নাপাৰেপোৱালী দিয়ে। 

৭। জিৰাফ ৰ ডিঙি দীঘল। সেইবাবে ওখ গঠৰ পাত খাব পাৰে। 

৮। উট মৰুভূমিত থাকে। 

৯। অসমৰ কাজিৰঙা নামে হাবিত এশিঙিয়া গড় পোৱা যায়। 

১০। গড় ৰ নাকৰ ওপৰত থকা জোঙা, টান অংশক খড়্গ বোলা হয়।

১১। কেংগেৰু এ নিজৰ পোৱালিক পেটত থকা জোলোঙাত লৈ ফুৰে।   

১২। শহাপহু মাটিৰ তলত ত বাস কৰে।

১৩। জেব্ৰাৰ গাৰ ৰং বগা আৰু কলা আৰু তাতে দীঘল দীঘল বগা  আৰু কলা ৰঙৰ আঁক থাকে।

১৪। শিয়াল ক বৰ চতুৰ প্ৰাণী বুলি কোৱা হয়। 



Author- Bikash Bora 

Check By - Mukesh Borah