অধ্য়ায়-২

আমাৰ বিদ্য়ালয়


    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQ Answer


১।     উত্তৰ লিখা-

(ক) অঞ্জলি, কাবেৰী, ধীৰেণ আৰু ৰফিকুলহঁতৰ শ্ৰেণীকোঠাটো কেনেধৰণৰ লিখা।

উত্তৰঃ অঞ্জলি, কাবেৰী, ধীৰেণ আৰু ৰফিকুলহঁতৰ শ্ৰেণীকোঠাটো আহল-বহল। বতাহ অহা-য়োৱা কৰিব পৰা দুৱাৰ-খিৰিকী আৰু ভেণ্টিলেটৰৰ সু-স্ব্য়ৱস্থা আছে।   

(খ) দিশ কেইটা আৰু কি কি?

উত্তৰঃ দিশ কেইটা হ'ল- পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ।  

(গ) তোমালোকৰ ঘৰৰ চাৰিসীমাটো লিখা। 

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজৰ ঘৰ চাৰিসীমাটো লিখা ।

(ঘ) গাখীৰ জুখিবলৈ কি স্কেল ব্য়ৱহাৰ কৰা হয়?

উত্তৰঃ গাখীৰ জুখিবলৈ লিটাৰৰ স্কেল ব্য়ৱহাৰ কৰা হয়।   

২। তোমালোকৰ বিদ্য়ালয়ৰ চাৰিসীমাটো উল্লেখ কৰি এখন নক্সা অংকন কৰা। 

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজৰ বিদ্য়ালয়ৰ চাৰিসীমাটো উল্লেখ কৰি এখন নক্সা অংকন কৰা। 

৩।    খালী ঠাই পূৰ কৰাঃ 

(ক) জুলীয়া বস্তু জুখিবলৈ আমি _______ ব্য়ৱহাৰ কৰোঁ। 

উত্তৰঃ লিটাৰ স্কেল।  

(খ) গোটা বস্তু জুখিবলৈ আমি ________ ব্য়ৱহাৰ কৰোঁ। 

উত্তৰঃ দগা স্কেল।  

(গ) মানুহৰ জ্ৱৰ জোখা যন্ত্ৰটোৰ নাম ________ 

উত্তৰঃ থাৰ্মমিটাৰ।  

(ঘ) গোটা বস্তুৰ ওজনক ________ বুলি কোৱা হয়। 

উত্তৰঃ কিলোগ্ৰাম।  

(ঙ) বতৰ চাবলৈ ________ ব্য়ৱহাৰ কৰা হয়।

উত্তৰঃ বেৰ'মিটাৰ।  

৪। স্কেল ব্য়ৱহাৰ কৰি কিতাপৰ এখন নক্সা অংকন কৰা। 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে স্কেল ব্য়ৱহাৰ কৰি কিতাপৰ এখন নক্সা অংকন কৰা।  

৫। এখন প্ৰাকৃতিক দৃশ্য়ৰ ছবি আঁকি শ্ৰেণীকোঠাৰ বেৰত আঁৰি থোৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে এখন প্ৰাকৃতিক দৃশ্য়ৰ ছবি আঁকি শ্ৰেণীকোঠাৰ বেৰত আঁৰি থোৱা। 

Krishna Saikia