অধ্য়ায়-২৩

পৰিচয়


☐ কোনজনক কি বুলি কোৱা 

১। লোহাৰ দা-কুঠাৰ আদি তৈয়াৰ কৰে যি        কমাৰ

২। চুলি-দাঢ়ি কাটে যি                                        নাপিত

৩। গান গায় যি                                                  গায়ক

৪। ধান-মাহ ৰোৱে যি                                         ৰোৱনী

৫। তাঁতত কাপোৰ বয় যি                                   শিপিনী

৬। দোকান দিয়ে যি                                           দোকানী

৮। মাটিৰ বাচন গঢ়ে যি                                      কুমাৰ

১০। ৰোগী চায় যি                                                ডাক্তৰ


☐ তলৰ কথাখিনি থকা খালী ঠাইবোৰত কি বহুৱালে কথাখিনি মিলি যাব?

আজি আমাৰ ঘৰলৈ গাখীৰ দিয়া মানুহ জন অহা নাই। তেওঁ ৰংদৈ তিনিআলিৰ মাটিৰ বাচন গঢ়া ৰামু নামৰ কুমাৰ জনৰ লগত থাকে। তেওঁৰ গা বেয়া কাৰণে ডাক্ত ৰ ওচৰলৈ গৈছে। লগতে ওচৰতে থকা কাপোৰ চিলোৱা বুধু নামৰ দৰ্জী জনো গৈছে। বুধুৱে ঘাটতে গণেশ নামৰ কাপোৰ ধোৱা ধোবা জনকো লগ ল'লে। গৈ থাকোঁতে তেওঁলোকে মাছ মাৰি অহা মাছমৰীয়া দুজনক লগ পালে। তিনিআলিৰ তামোল -পাণৰ দোকানৰ দোকানী    জনৰ ওচৰ পাওঁতেই বাছখন আহিল। তিনিও বাছতে উঠি লৈ বাছ চলোৱা গাড়ীচালক জনৰ ওচৰতে বহিল চিকিৎসালয় পালেগৈ। 


Author- Bikash Bora 

Check By - Mukesh Borah