অধ্য়ায়-২৬
বাৰ-মাহ-ঋতু
অসমীয়া বাৰ নাম লিখাঁ
১। দেওবাৰ
২। সোমবাৰ
৩। মঙলবাৰ
৪। বুধবাৰ
৫। বৃবস্পতিবাৰ
৬। শুক্ৰবাৰ
৭। শনিবাৰ
অসমীয়া ঋতুৰ নাম লিখাঁ
১। গ্ৰীষ্ম
২। বৰ্ষা
৩। শৰৎ
৪। হেমন্ত
৫। শীত
৬। বসন্ত
অসমীয়া মাহৰ নাম লিখাঁ
১। ব'হাগ
২। জেঠ
৩। আহাৰ
৪। শাওণ
৫। ভাদ
৬। আহিন
৭। কাতি
৮। আঘোণ
৯। পুহ
১০। মাঘ
১১। ফাগুণ
১২। চ'ত
Author- Bikash Bora
Check by - Mukesh Borah