অধ্য়ায়-২৮
আকাশ সম্পৰ্কীয় প্ৰশ্ন
☐ ৰামধেনুৰ ৰং সাতোটা কি কি লিখাঁ।
১। ৰঙা
২। সুমথিৰা
৩। হালধীয়া
৪। সেউজীয়া
৫। নীলা
৬। ঘন নীলা
৭। বেঙুনীয়া
☐ আকাশাত তুমি দেখা পাঁচোটা বস্তুৰ নাম লিখাঁ।
১। উৰাজাহাজ
২। চৰাই
৩। এৰোপ্লেন
৪। তৰা
৫। জুন
☐ খালী ঠাই পূৰ কৰাঁ।
১। ৰাতিপুৱা আৰু আবেলি বেলিৰ ৰং ৰঙা।
২। সূৰ্যৰ আন এটা নাম ভাস্কৰ।
৩। ৰাতিপুৱা বেলি উদয় হোৱা ফালে পূৱ দিশ বোলে।
৪। পশ্চিম দিশত আবেলি সূৰ্য মাৰ যায়।
৫। ডাৱৰ ৰ পৰা বৰষুণ হয়।
☐ তলত দিয়া বাওঁফালৰ কথাবিলাকৰ লগত সোঁফালৰ কথাবোৰ মিলোৱাঁ।
বাওঁফাল সোঁফাল
পপীয়াতৰা
বেলি দুপৰীয়া আমাৰ মূৰৰ ওপৰত থাকে।
জোনবাই সদায় গৈ থাকে।
তৰাবোৰ খহি পৰে।
ৰামধেনু সদায় বৰষুণৰ পাছত ওলায়।
বেলি পূবফালে উদয় হয়।
কাঁচিখনৰ নিচিনা দেখিলে জোনবাইটোক কাঁচিজোন বোলা হয়।
ৰাতিৰ ফৰকাল আকাশত হাতীপটিও দেখা যায়।
Author- Bikash Bora