অধ্য়ায়-৩০

আৰ্হি প্ৰশ্ন ঃ পৰিয়াল 

◻ কি বুলি মাতিবা লিখাঁ। 

১। মাৰাৰ ভায়েৰাক বা ককায়েৰাক             মামা

২। মাৰাৰ ভনীয়েয়ক                                    মাহী

৩। দেউতাৰাৰ ভনীয়েকক                            পেহী

৪। দেউতাৰা বা মাৰাৰ দেউতাৰাক                ককা

৫। মাৰাৰ বা দেউতাৰাৰ বায়েৰাক                 জেঠাই

৬। দেউতাৰা বা মাৰাৰ মাৰাক                        আইতা 

৭। দেউতাৰাৰ ভায়েৰাক                                 খুড়া

৮। মাৰাৰ মাহীয়েৰাক                                     মাহীআইতা

৯। দেউতাৰাৰ ককায়েৰাক                             বৰদেউতা

১০। মাৰাৰ খুড়ীয়েৰাক                                    খুড়ীআইতা

◻ মিলোৱাঁ। 

১।মামা             ৪।মামী 

২।বৰমা            ৬।বৰদেউতা 

৩।খুড়া               ১।খুড়ী 

৪।মহা                ২।মাহী 

৫।জেঠাই            ৩।জেঠপেহা 

৬।ভিনদেউ        ৫।বাইদেউ

◻ আকৌ মিলোৱাঁ। 

১।তোমাৰ খুড়া                    ৩।দেউতাৰাৰ ভায়েক 

২।তোমাৰ পেহী                  ৫।দেউতাৰাৰ ভনীয়েক 

৩।তোমাৰ জেঠাই               ১।দেউতাৰা বা মাৰাৰ বায়েক 

৪।তোমাৰ মামী আইতা      ৬।দেউতাৰাৰ বা মাৰাৰ মামী 

৫। তোমাৰ মাহী                  ২।মাৰাৰ ভনীয়েক 

৬।তুমি ভাগিন                     ৪। মাহী বা মামাৰ 

◻ তুমি থকা পৰিয়ালটো সৰু পৰিয়াল হ'লে কোন-কোন থাকিবা?

১। মা

২। দেউতা

৩। দাদা

৪। মই

◻ তুমি থকা পৰিয়ালটো যৌথ পৰিয়াল হ'লে কোন-কোন থাকিবা?

১। ককা

২। আইতা

৩। মা

৪। দেউতা

৫। খুড়া

৬। খুড়ী

৭। দাদা

৮। বা

৯। পেহী

১০। মই

◻ সঠিক শব্দটো বাছি খালী ঠাইত বহুওৱাঁ। 

১। আকাশৰ ৰং নীলা। 

২। ৰুমালৰ আকৃতি সদায় চাৰিচুকীয়া। 

৩। চকাৰ আকৃতি সদায় তিনিকোণীয়া। 

৪। কাপোৰ কাটিবলৈ কেঁচী লাগে। 

৫। খৰি ফালিবলৈ কুঠাৰ লাগে। 

৬। সময় চাবলৈ ঘড়ী লাগে। 

৭। সৰিয়হৰ পৰা মিঠাতেল হয়। 

৮। গাখী ৰ পৰা দৈ, ক্ৰিম, মাখন, আদি তৈয়াৰ কৰে। 

৯। ক্ৰিকেট খেলিবলৈ বেট, ব, আৰু ছডাল খুঁটি লাগে। 

১০। মাঘ বিহুক ভোগালী বিহু বোলে। 


Author- Bikash Bora