অধ্য়ায়-৩২

অতিৰিক্ত সানমিহলি আৰ্হি প্ৰশ্ন


◻ তলৰ ছবিবিলাকৰ নাম ওলট-পালটকৈ দিয়া আছে। শুধৰাই লিখাঁ। 

তৰক               কৰত

মটুলা                লাটুম

পতাকি             কিতাপ

লাশজুই            জুইশলা

তুহাৰি                হাতুৰি

মুজতৰ              তৰমুজ

আলিঙু              আঙুলি

গুশিলটি            শিলগুটি

চনীবি                বিচনী

জাহাউৰাজা      উৰাজাহাজ


১। এখন নদীৰ নাম। 

উত্তৰঃ বহ্মপুত্ৰ। 

২। এখন ডাঙৰ পৰ্বত। 

উত্তৰঃ হিমালয়। 

৩। এখন অৰণ্য়। গঁড় পোৱা যায়। 

উত্তৰঃ কাজিৰঙা। 

৪। এবিধ সৰু বগা গোন্ধ থকা ফুল। 

উত্তৰঃ খৰিকাজাঁই। 

৫। বৰষুণৰ পাছত ৰ'দ দিলে আকাশত দেখোঁ। 

উত্তৰঃ ৰামধেনু। 

৬। বুধবাৰৰ পাছৰ বাৰটো।

উত্তৰঃ বৃহস্পতি। 

৭। পানীত থকা এবিধ দীঘল ধৰণৰ জীৱ।

উত্তৰঃ ঘঁৰিয়াল। 

৮। দিল্লীত থকা এটা ওখ ঘৰ।

উত্তৰঃকুটবমিবাৰ। 

৯। আকাশেদি উৰিব পৰা এবিধ বাহন।

উত্তৰঃ উৰাজাহাজ।

১০। ৰোগী চোৱা মানুহজন। 

উত্তৰঃ চিকিৎসক। 

১১। অসমৰ ৰাজধানী থকা ঠাইৰ নাম। 

উত্তৰঃ দিছপুৰ। 

১২। এবিধ ডাল নথকা গছ।

উত্তৰঃ নাৰিকল। 

১৩। এবিধ গছৰ পাত। পাতবোৰ গুৰি কৰি শুকুৱাই তাৰ ৰস মানুহে খায়।

উত্তৰঃ তেজপাত ।

১৪। ওখ পাহাৰৰ পৰা জোৰেৰে তললৈ নামি অহা পানী ভাগ।

উত্তৰঃ জলপ্ৰপাত। 

১৫। ব'হাগ বিহুৰ সময়ত হোৱা ডাঙৰ ধুমুহা-বৰষুণ।

উত্তৰঃ বৰদৈচিলা। 


Author- Bikash Bora 

Check by - Mukesh Borah