Chapter 4

নেহৰু, আম্বেদকাৰ, নাৰায়ণ 

প্ৰশ্নাৱলী


১। অতি চমু উত্তৰ লিখা। (১/২ নম্বৰ)

(ক) নেহৰুৱে কোন চনত আৰু ক'ত জন্মগ্রহণ কৰিছিল । 

উত্তৰঃ স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১৮৮৯ চনত এলাহাবাদৰ এক সম্ভ্রান্ত পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল


(খ) জৱাহৰলাল নেহৰুৰ পিতৃৰ নাম কি ? 

উত্তৰঃ জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰু।


(গ) নেহৰুৱে বেৰিষ্টাৰী ক’ত উত্তীৰ্ণ হৈছিল ? 

উত্তৰঃ নেহৰুৱে বেৰিষ্টাৰী ইংলেণ্ডত উত্তীৰ্ণ হৈছিল।


(ঘ) নেহৰুৱে পাটনা কংগ্ৰেছত কোনে চনত যােগদান কৰিছিল ? 

উত্তৰঃ নেহৰুৱে পাটনা কংগ্ৰেছত ১৯১২ চনত যোগদান দিছিল।


(ঙ) নেহৰু ৰচিত গ্রন্থ চাৰিখনৰ নাম উল্লেখ কৰা ।

উত্তৰঃ নেহৰু ৰচিত গ্রন্থ চাৰিখনৰ নাম হল Discovery of India , " Glimpses of world History , " Autobiograph . " A letter from father to his doughter।

 

(চ) নেহৰু কংগ্ৰেছৰ সভাপতি হৈ থকা সময়ত লাহােৰ কংগ্ৰেছত গ্রহণ কৰা প্ৰস্তাৱটো কি ? 

উত্তৰঃ নেহৰু কংগ্ৰেছৰ সভাপতি হৈ থকা সময়ত লাহােৰ কংগ্ৰেছত গ্রহণ কৰা প্ৰস্তাৱটো হ'ল অংশগ্রহণ নকৰিলেও নিজকে এজন অন্যতম শ্রেষ্ঠ বিপ্লৱী আৰু ৰাষ্ট্ৰতাত্ত্বিক হিচাপে প্ৰতিষ্ঠা কৰিব পাৰি।


২। উত্তৰ লিখা । (৮/১০ নম্বৰ) 

(ক) জৱাহৰলাল নেহৰুৰ জাতীয়তাবাদৰ ধাৰণা সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ এই উত্তৰটো ৭৪ পিষ্ঠাৰ পৰা ৭৬ নম্বৰৰ পিষ্ঠাৰ ভিতৰত আছে।


(খ) নেহৰুৰ গণতন্ত্রৰ ধাৰণা সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ এই উত্তৰটো ৭২ নম্বৰৰ পিষ্ঠাৰ পৰা ৭৪ নম্বৰ ভিতৰত আছে।


৩। উত্তৰ লিখা । (১/২ নম্বৰ) 

(ক) কোন চনত আৰু কোন স্থানত আম্বেদকাৰৰ জন্ম হৈছিল ? 

উত্তৰঃ আম্বেদকাৰৰ জন্ম ১৯৯১ চনৰ ১৪ এপ্ৰিল তাৰিখে মধ্য় ভাৰতৰ মহাউ (বৰ্তমান মাহু) অঞ্চলৰ মাহাৰ শ্ৰেণীৰ নিম্নকৰি এক পৰিয়ালত তেখেতৰ জন্ম হৈছিল।


(খ) আম্বেদকাৰৰ প্ৰথম ৰচনাটিৰ নাম কি ? 

উত্তৰঃ আম্বেদকাৰৰ প্ৰথম ৰচনা " The Castes in India " প্রকাশিত হৈছিল।


(গ) আম্বেদকাৰৰ পিতৃ আৰু মাতৃৰ নাম কি ?

উত্তৰঃ পিতৃৃ ৰামজী মালোজী আম্বেদকাৰ আৰু মাতৃ ভীমবাই।


(ঘ) মহাৰাষ্ট্রৰ মার্টিন লুথাৰ কোন ?

উত্তৰঃ হিন্দুধৰ্ম আৰু ব্ৰাহ্মণ্যবাদে সমাজত অনৈক্যৰ সৃষ্টি কৰিছে আৰু উচ্চ বৰ্ণৰ আধিপত্য যাৰ লগত গুণৰ সম্পৰ্ক নাই তেনে আধিপত্যৰ প্ৰভাৱ কংগ্ৰেছ নেতৃত্ব আৰু সংগঠনতো আম্বেদকাৰে প্ৰত্যক্ষ কৰিছিল । এই আধিপত্যবাদৰ বিৰুদ্ধে আন্দোলন পৰিচালনা কৰাৰ ক্ষেত্ৰত আম্বেদকাৰক বিশেষভাৱে উৎসাহিত  কৰিছিল কবিৰৰ ভক্তিবাদ বিশিষ্ট সমাজ সংস্কাৰক ফুলেৰ ( যাক মহাৰাষ্ট্ৰৰ মার্টিন লুথাৰ বুলি কোৱা হৈছিল)।


(ঙ) আম্বেদকাৰৰ দ্বাৰা গঢ়ি তােলা এটি সংস্থাৰ নাম লিখা । 

উত্তৰঃ আম্বেদকাৰৰ দ্বাৰা গঢ়ি তােলা ৰাষ্ট্ৰসংস্থা নহয়গণসংস্থ ৰাষ্ট্ৰক্ষমতা নহয় জনগণৰ ক্ষমতা।


(চ) আম্বেদকাৰৰ দ্বাৰা প্রকাশিত এখন বাতৰি কাকতৰ নাম লিখা ।

উত্তৰঃআম্বেদকাৰৰ দ্বাৰা প্রকাশিত এখন বাতৰি কাকতৰ নাম হ'ল Bahiskrut Hitkarini Sabha।


(ছ) আম্বেদকাৰৰ দ্বাৰা গঠন কৰা দুটা ৰাজনৈতিক দলৰ নাম লিখা ।

উত্তৰঃ দ্বিদলীয় ব্যৱস্থাই ভোটাদাতাসকলক ভোটাৰৰ ক্ষেত্ৰত সীমবদ্ধতা আনি দিলে বুলি তেওঁ ভাৱে। পিছলৈ তেওঁ চৰকাৰৰ প্ৰশাসন দক্ষভাৱে পৰিচালনা কৰিবৰ বাবে শৃংখলাবদ্ধ ৰাজনৈতিক দলৰ আৱশ্যক বুলি মত পোষণ কৰিছিল


৪। চমুকৈ উত্তৰ লিখা (৪ নম্বৰ) 

(ক) ড ° আম্বেদকাৰৰ শিক্ষাৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ সম্পূর্ণ বিপ্লৱৰ বাবে প্রয়োজন শিক্ষা- নৈতিক শিক্ষা আধ্যাত্মিক শিক্ষা৷ ইংৰাজ প্ৰভাৱিত বৰ্তমান শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ প্ৰয়োজন। গান্ধীজীৰ দৰে আত্মবিশ্বাস স্বাৱলম্বিতা বৃদ্ধি শিক্ষাৰ ওপৰত জয়প্রকাশে গুৰুত্ব দিয়ে। জয়প্রকাশ নাৰায়ণে বিচাৰিছিল প্রকৃত ‘ গ্ৰামশালাৰ পৰিকল্পনাক সার্থক কৰা। গ্রামশালাত গাঁওৰ শিশু কিশোৰ যুৱক প্রৌঢ় সকলোৱে শিক্ষালাভ কৰিব পাৰিব। মাহিলাসকলৰ বাবে স্বতন্ত্র পাঠ্যক্ৰম থাকিব গাঁওৰ কাম ভাল পাই কৰিব খোজা মানুহ গঢ়ি তোলা গ্রামশালাৰ লক্ষ্য। বিদ্যাৰ্থীৰ স্বৈতন্ত্র নহয় বিদ্যাৰ্থীৰ চাৰিত্ৰিক আৰু নৈতিক পৰিৱৰ্তনেই শিক্ষাৰ লক্ষ্য।


(খ) ড ° আম্বেদকাৰৰ কেইখনমান গ্রন্থৰ নাম লিখা ? 

উত্তৰঃ তেখেতৰ আন আন বিখ্যাত গ্রন্থবোৰৰ ভিতৰত উল্লেখযোগ্য হৈছে"Annihilation of the Caste" "Federation v/s Freedom,"" Thoughts on Pakistan"," Mr Gandhi and the Emancipation of the Untouchables,"" Who were the Sudras? " etc. 


(গ) ড ° আম্বেদকাৰে বুদ্ধধর্ম গ্রহণ কৰাৰ কাৰণ কি আছিল লিখা ?

উত্তৰঃ হিন্দু ৰক্ষণশীলতা আৰু অধিপত্যবাদক সহ্য কৰিব নোৱাৰি আম্বেদকাৰে শেষত হিন্দুধৰ্ম পৰিত্যাগ কৰি নিজৰ সমৰ্থকসকলৰ সৈতে বুদ্ধধৰ্ম গ্ৰহণ কৰিছিল।


৫ | ৰচনাধর্মী প্রশ্ন (১০ নম্বৰ) 

(ক) আম্বেদকাৰৰ সামাজিক ন্যায়ৰ ধাৰণাৰ ওপৰত ৰচনা লিখা ।

উত্তৰঃ এই উত্তৰটো ৮০ নম্বৰৰ পিষ্ঠাৰ পৰা ৮২ নম্বৰ পিষ্ঠাৰ ভিতৰত আছে।


(খ) দলিত সম্প্রদায়ৰ উত্থানৰ বাবে আম্বেদকাৰে হাতত লােৱা ব্যৱস্থাসমূহৰ বিষয়ে লিখা ।

উত্তৰঃ এই উত্তৰটো ৮২ নম্বৰৰ পিষ্ঠাৰ পৰা ৮৪ নম্বৰৰ ভিতৰত আছে।


৬। চমু উত্তৰ লিখা । (১/২ নম্বৰ) 

(ক) কোন চনত আৰু কোন ঠাইত জয়প্রকাশ নাৰায়ণে জন্মগ্রহণ কৰিছিল ? 

উত্তৰঃ ১৯০২ চনৰ ১১ অক্টোবৰ তাৰিখে বিহাৰৰ এক মধ্যবিত্ত পৰিয়ালত তেখেতৰ জন্ম হৈছিল


(খ) জয়প্রকাশ নাৰায়ণে কোন কোন বিদেশী বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল ? 

উত্তৰঃ জয়প্রকাশ নাৰায়ণে পৰৱৰ্তী কালত তেখেতে কালিফোর্নিয়াআইৱয়া উঁইছকনছিন ৱাহিও বিশ্ববিদ্যালয়সমূহত পর্যায়ক্রমে শিক্ষা গ্ৰহণ কৰি সমাজতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে


(গ) জয়প্রকাশ নাৰায়ণক প্রভাৱান্বিত কৰা দুজন বিখ্যাত ব্যক্তিৰ নাম লিখা । 

উত্তৰঃ এই উত্তৰটো ৮০ নম্বৰৰ পিষ্ঠাৰ পৰা ৮২ নম্বৰৰ ভিতৰত আছে।


(ঘ) কোন ছাত্র আন্দোলনে জয়প্রকাশ নাৰায়ণক প্ৰভাৱান্বিত কৰিছিল? 

উত্তৰঃ এই উত্তৰটো ৮৪ নম্বৰৰ পিষ্ঠাৰ পৰা ৮৬ পিষ্ঠাৰ ভিতৰত আছে।


(ঙ) জয়প্রকাশ নাৰায়ণৰ মতে সম্পূর্ণ বিপ্লৱৰ লক্ষ্য কি আছিল ? 

উত্তৰঃ জাতিভেদ সাম্প্রদায়িকতাবাদৰ পৰা মুক্তিগাঁও আৰু পঞ্চায়ত স্তৰত অংশগ্ৰহণকাৰী গণতন্ত্ৰৰ প্ৰসাৰ ভূমি সংস্কাৰ সাংস্কৃতিক ক্ষেত্ৰত পৰিৱৰ্তন ৰাজনৈতিক আৰু আর্থিক বিকেন্দ্ৰীকৰণ নিবনুৱা সমস্যাৰ নিয়ন্ত্রণ প্রাথমিক শিক্ষাৰ ব্যৱস্থা— গান্ধীৰ গ্ৰাম্য স্বৰাজ আৰু পুনর্গঠনৰ সকলো বিষয়কে এই বিপ্লৱত অন্তর্ভুক্ত কৰা হৈছে । জয়প্রকাশ নাৰায়ণে এই বিপ্লৱৰ লক্ষ্য সম্পর্কে মন্তব্য কৰিছিল।


(চ) চৰকাৰে জয়প্রকাশ নাৰায়ণৰ আন্দোলন নিয়ন্ত্ৰণৰ বাবে কি কি সামৰিক আইন প্রয়ােগ কৰিছিল ? 

উত্তৰঃ এই আন্দোলন বা সংগ্রাম ক্রমশঃ বিহাৰ হৈ সমগ্ৰ দেশত বিয়পি পৰে। ভাৰত প্ৰতিৰক্ষা আইন ( DIR ) আৰু আভ্যন্তৰীণ নিৰাপত্তা আইন ( MISA ) জাৰি কৰি কেন্দ্ৰীয় চৰকাৰে এই বিৰোধ আৰু উত্তেজনাক আৰু অধিক বৃদ্ধি কৰে ।


(ছ) সম্পূর্ণ বিপ্লৱৰ তৎকালীন ফল কি হৈছিল ? 

উত্তৰঃ এই উত্তৰটো ৮৪ নম্বৰৰ পিষ্ঠাৰ পৰা ৯১ নম্বৰৰ ভিতৰত আছে।


(জ) জয়প্রকাশ নাৰায়ণৰ এই আন্দোলনৰ কালছােৱাত ভাৰতৰ প্ৰধানমন্ত্রী কোন আছিল ? 

উত্তৰঃ প্ৰধানমন্ত্রী ইন্দিৰা গান্ধী।



(ঝ) সম্পূর্ণ বিপ্লৱক কার্যকৰী কৰাৰ বাবে কেনেধৰণৰ ব্যৱস্থা হাতত লােৱা হৈছিল ? 

উত্তৰঃ এই উত্তৰটো ৮৪ নম্বৰৰ পিষ্ঠাৰ পৰা ৯১ নম্বৰৰ ভিতৰত আছে।



(ঞ) কোন চনৰ পৰা ভাৰতবৰ্ষত গণতান্ত্রিক মূল্যবােধৰ অৱক্ষয় ঘটিছিল ? 

উত্তৰঃ ১৯৭০ চনৰ  পৰা ভাৰতবৰ্ষত গণতান্ত্রিক মূল্যবােধৰ অৱক্ষয় ঘটিছিল।



৭। চমু উত্তৰ লিখা । (৪/৫ নম্বৰ) 

(ক) আচাৰ্য বিনােবাভাৱেৰ কাৰ্যসূচীত জয়প্রকাশ নাৰায়ণৰ ভূমিকা সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ এই উত্তৰটো ৮০ নম্বৰৰ পিষ্ঠাৰ পৰা ৮২ নম্বৰৰ ভিতৰত আছে। 



(খ) আচাৰ্য্য বিনােবাভাৱেৰ লগত জয়প্রকাশ নাৰায়ণৰ পার্থক্য সম্পর্কে চমুকৈ লিখা ।

উত্তৰঃ এই উত্তৰটো ৮৫ নম্বৰৰ পিষ্ঠাৰ পৰা ৯১ পিষ্ঠাৰ ভিতৰত আছে।



(গ) সম্পূর্ণ বিপ্লৱৰ মূল নীতিসমূহৰ বিষয়ে লিখা । 

উত্তৰঃ এই উত্তৰটো ৮৫ নম্বৰৰ পিষ্ঠাৰ পৰা ৯১ পিষ্ঠাৰ ভিতৰত আছে।



(ঘ) সম্পূর্ণ বিপ্লৱৰ কেইটামান সমালােচনা লিখা । 

উত্তৰঃ  এই উত্তৰটো ৮৫ নম্বৰৰ পিষ্ঠাৰ পৰা ৯১ পিষ্ঠাৰ ভিতৰত আছে।



৮। ৰচনাধর্মী প্রশ্ন (১০ নম্বৰ) 

(ক) জয়প্রকাশ নাৰায়ণৰ সম্পূর্ণ বিপ্লৱৰ ধাৰণাৰ ওপৰত নিজৰ মূল্যায়ন ব্যক্ত কৰা । 

উত্তৰঃ এই উত্তৰটো ৮৪ নম্বৰৰ পৰা ৮৫ নম্বৰৰ পিষ্ঠাৰ ভিতৰত আছে।


        Type
Hirak Jyoti Bora***