অধ্য়ায়-ছয়
কুকুৰনেচীয়া আৰু ছাগলী
১। লগৰীয়াবোৰে কাক পথাৰত এৰি থৈ গুচি গৈছিল?
উত্তৰঃ লগৰীয়োবোৰে জেতুকী নামৰ ছাগলী এজনীক পথাৰত এৰি থৈ গুচি গৈছিল।
২। কুকুৰনেচীয়াই বৰকাঁহ বজাওঁতে জেতুকীয়ে কি কৰিছিল?
উত্তৰঃ কুকুৰনেচীয়াই বৰপকাঁহ বজাওঁতে জেতুকীয়ে টেঁটু ফালি বেবাবলৈ ধৰিলে।
৩। বৰকাঁহ শব্দ আৰু জেতুকীৰ বেবনি শুনি গাঁৱৰ কুকুৰজাকে কি কৰিছিল?
উত্তৰঃ বৰকাঁহ শব্দ আৰু জেতুকীৰ বেবনি শুনি গাঁৱৰ কুকুৰজাকে পথাৰলৈ লৱৰি আহিল। কুকুৰজাকে কুকুৰনেচীয়া ফালে চোঁচ ল'লে।
৪। কুকুৰনেচীয়াক জেতুকীৰ গিৰিহঁতে কি লৈ খেদিলে?
উত্তৰঃ কুকুৰনেচীয়ক জেতুকীৰ গিৰিহঁতে টাঙোন লৈ খেদিলে।
Author- Bikash Bora
Check by - Mukesh Borah