অধ্য়ায়-সাত

কাছ আৰু ঈগল


১। থুপৰীৰ ঘৰ ক'ত আছিল?

উত্তৰঃ থুপৰীৰ ঘৰ লুইতৰ বালি চাপৰিত আছিল। 

 

২। তাইৰ বন্ধুজনৰ নাম কি?

উত্তৰঃ তাই বন্ধুজনৰ নাম ৰতন আছিল। 

 

৩। উৰিবলৈ মন যোৱাত থুপৰীয়ে কাৰ সহায় ল'লে

উত্তৰঃ উৰিবলৈ মন যোৱাত থুপৰীয়ে ৰতনৰ সহায় ল'লে। 

 

৪। "তোমাৰ চুটি বুধিত মৰণহে মিলিব।" -কথাষাৰ কোনে কৈছিল?

উত্তৰঃ এই কথাষাৰ ৰতনে কৈছিল

 

৫। থুপৰীৰ কিয় মৰণ মিলিল?

উত্তৰঃ থুপৰীৰ নিজৰ আঁকোৰ গোজৰ স্বভাৱৰ কাৰণে তাই মৰণ মিলিল। 

 



Author- Bikash Bora  

Check by - Mukesh Borah