অধ্য়ায়-ন
মিছলীয়া গৰখীয়া
১। গৰখীয়াটোৰ নাম কি আছিল?
উত্তৰঃ গৰখীয়াটোৰ নাম দেহীৰাম আছিল।
২। 'বাঘ ঐ, খালে ঐ, কোন ক'ত আছ, মোক বচা ঐ।'-বুলি কোনে চিঞৰিছিল?
উত্তৰঃ এই বুলি দেহীৰামে চিঞৰিছিল।
৩। গঞাসকলে হাতে হাতে যাঠি-জোং লৈ কিয় আহিছিল?
উত্তৰঃ দেহীৰামে 'বাঘ ঐ, খালে ঐ, কোন ক'ত আছ, মোক বচা ঐ' সি এই বুলি চিঞৰিছিল এই কাৰণে- তেতিয়া গাঁৱৰ পৰা ৰাইজে হাতে হাতে যাঠি-জোং লৈ আহিছিল।
৪। শেষত দেহীৰামৰ কি হ'ল?
উত্তৰঃ শেষত দেহীৰামক বাঘে থাপ মাৰি ধৰি হাবিলৈ লৈ গ'ল।
Author- Bikash Bora
check By - Mukesh Borah