অধ্য়ায়-চাৰি
মৌ আৰু মাখি
১। মৌ-জোলৰ বটলটো ক'ত আছিল?
উত্তৰঃ মৌ-জোলৰ বটলটো মানুহ এঘৰ পাকঘৰত আছিল।
২। মৌ-জোলবোৰ কেনেকৈ পৰিল?
উত্তৰঃ এদিন মেকুৰী এটাই নিগনি ধৰিবলৈ মানুহ ঘৰত সোমাল আৰু মেকুৰীৰ ঠেংখন লাগি মৌ-জোলৰ বটলটো মাটিত পৰিল।
৩। মৌ-জোলৰ গোন্ধ পাই কোন আহিছিল?
উত্তৰঃ মৌ-জোলৰ গোন্ধ পাই ক'ৰ বাৰ পৰা এজাক মাখি আহিছিল।
৪। মৌ-জোল খাই মাখিবোৰৰ পেটবোৰ কেনেকুৱা হ'ল?
উত্তৰঃ মৌ-জোল খাই মাখিবোৰৰ পেটবোৰ ঢোলৰ নিছিনা হ'ল।
৫। মৰিবৰ সময়ত মাখিবোৰে কি ভাবিলে?
উত্তৰঃ মৰিবৰ সময়ত মাখিবোৰে ভাবিলে যে "অধিক ভোজনেই সিহঁতৰ মৃত্য়ুৰ কাৰণ হ'ল।"
Author- Bikash Bora
Check by- Mukesh borah