পৰিসংখ্যা
অনুশীলনী 14.3
1. বিশ্বৰ সকলোতে 15 - 44 ( বছৰ ) বয়সৰ মহিলাৰ মাজত অসুস্থতাৰ কাৰণ বিচাৰি কোনো এটা সংগঠনে এক জৰীপ চলাইছিলআৰু নিম্নোক্ত তথ্যসমূহ ( % ত ) লাভ কৰিছিল।
ক্ৰমিক নং | কাৰণ | মহিলাৰ মৃত্যুৰ হাৰ (%) |
1. | প্ৰসৱকালীন স্বাস্থ্যৰ কাৰণ | 31.8 |
2. | স্নায়বিক মনোবিকাৰগ্ৰস্ত অৱস্থা | 25.4 |
3. | আঘাতৰ সমস্যা | 12.4 |
4. | হৃদযন্ত্ৰ সম্পৰ্কীয় অৱস্থা | 4.3 |
5. | শ্বাস-প্ৰশ্বাস সম্পৰ্কীয় অৱস্থা | 4.1 |
6. | অন্যান্য কৰাণসমূহ | 22.0 |
(i) ওপৰোক্ত তথ্যখিনিক লৈখিকভাৱে উপস্থাপন কৰা।
(ii) সমগ্ৰ বিশ্বত মহিলাৰ অসুস্থ স্বাস্থ্য আৰু মৃত্যুৰ ক্ষেত্ৰত কোনটো অৱস্থাক প্ৰধান কাৰণ হিচাপে গণ্য কৰা হয়?
উত্তৰঃ প্ৰসৱকালীন অৱস্থাক।
3. কোনো ৰাজ্য বিধান সভাৰ নিৰ্বাচনত বিভিন্ন ৰাজ্যলৈ দলসমূহে লাভ কৰা আসনৰ সংখ্যাসমূহ তলত উল্লেখ কৰা হ'ল।
ৰাজনৈতিক দল | জয়ী আসনৰ সংখ্যা |
A | 75 |
B | 55 |
C | 37 |
D | 29 |
E | 10 |
F | 37 |
(i) নিৰ্বাচনৰ ফলসমূহ দণ্ডলেখৰ সহায়ত দেখুওৱ।
(ii) কোনটো ৰাজনৈতিক দলে সৰেবোচ্চ সংখ্যক আসনত জয়ী হৈছিল?
উত্তৰঃ A ৰাজনৈতিক দলটো।
5. নিম্নোক্ত তালিকাখনে 400 টা নিয়ন লেম্পৰ আয়ুকাল দেখুৱাইছেঃ
আয়ুকাল | লেম্পৰ সংখ্যা |
300 - 400 400 – 500 500 – 600 600 – 700 700 – 800 800 – 900 900 - 1000 | 14 56 60 86 74 62 48 |
(i) প্ৰদত্ত তথ্যখিনিক স্তম্ভলেখৰ সহায়ত উপস্থাপন কৰা।
(ii) 700 ঘণ্টাতকৈ অধিক আয়ুকালৰ লেম্পৰ সংখ্যা কিমান?
উত্তৰঃ 184 টা।
6. নিম্নোক্ত তালিকাখনত প্ৰাপ্ত নম্বৰৰ ভিত্তিত দুটাশাখাৰছাত্ৰ/ছাত্ৰীৰ বিতৰণ উল্লেখ আছে 一
A শাখা | B শাখা |
নম্বৰ | বাৰংবাৰতা | নম্বৰ | বাৰংবাৰতা |
0 – 10 10 – 20 20 – 30 30 – 40 40 - 50 | 3 9 17 12 9 | 0 – 10 10 – 20 20 – 30 30 – 40 40 - 50 | 5 19 15 10 1 |
একেটা লেখতে উভয় শাখাৰ ছাত্ৰ/ছাত্ৰীৰ নম্বৰসমূহ দুটা বাৰংবাৰতা বহুভূজৰ দ্বাৰা উপস্থাপন কৰি দেখুওৱা। বহুভূজ দুটাৰ পৰা শাখা দুটাৰ পাৰদৰ্শিতাৰ তুলনা কৰা।
7. এখন ক্ৰিকেট খেলত দুটা দল A আৰু b য়ে প্ৰথম 60 টা বলত লাভ কৰা ৰাণসংখ্যাবোৰ তলত উল্লেখ কৰা হ'লঃ
বলৰ সংখ্যা
|
দল A
|
দল B
|
1 – 6
7 – 12
13 – 18
19 – 24
25 – 30
31 – 36
37 – 42
43 – 48
49 – 54
55 - 60
|
2
1
8
9
4
5
6
10
6
2
|
5
6
2
10
5
6
3
4
8
10
|
একেটা লেখতে দুটা বাৰংবাৰতা বহুভূজ আঁকি উভয় দলৰ তথ্যসমূহ প্ৰকাশ কৰা।
8. এখন প্ৰমোদ কাননত ক্ৰীড়াৰত বিভিন্ন পৰ্য্যায়ৰ বয়সৰ শিশুৰ সংখ্যাৰ ওপৰত চলোৱা যাদৃচ্ছিক জৰীপ এটীৰ তথ্যসমূহ আছিল নিম্নোক্ত ধৰণৰ 一
বয়স
|
শিশুৰ সংখ্যা
|
1 – 2
2 – 3
3 – 5
5 – 7
7 – 10
10 – 15
15 - 17
|
5
3
6
12
9
10
4
|
ওপৰোক্ত তথ্যক প্ৰকাশ কৰাকৈ এটা স্তম্ভলেখ আকাঁ।
9. এখন স্থানীয় টেলিফোন ডাইৰেক্টৰীৰ পৰা যাদৃচ্ছিকভাৱে 100 উপাধি বাছনি কৰা হ'ল আৰু এই উপাধিবোৰত ইংৰাজী বৰ্ণমালাৰ আখৰসমূহৰ বাৰংবাৰতা বিভাজন তলত দিয়া ধৰণে পোৱা গ'ল 一
আখৰৰ সংখ্যা
|
উপাধিৰ সংখ্যা
|
1 – 4
4 – 6
6 – 8
8 – 12
12 - 20
|
6
30
44
16
4
|
(i) প্ৰদত্ত তথ্যখিনিক প্ৰতিফলিত কৰাকৈ এটা স্তম্ভলেখ আকাঁ।
(ii) সৰ্বাধিক সংখ্যাৰ উপাধি থকা শ্ৰেণী অন্তৰালটো উল্লেখ কৰা।
উত্তৰঃ 6 - 8