পাঠঃ ১৪
পৰিসংখ্যা
অনুশীলনী 14.4


1. 10 খন এলানি খেলত এটা দলে লাভ কৰা গোৰ সংখ্যাৰ আছিল এনেধৰণৰ 一一
2, 3, 4, 5, 0, 1, 3, 3, 4, 3
এই গোলসমূহৰ মাধ্য, মধ্যমা আৰু বহুলক নিৰ্ণয় কৰা।

উত্তৰঃ
তথ্যখিনিক সজাই লোৱা হ'ল
0, 1, 2, 3, 3, 3, 3, 4, 4, 5

তথ্যখিনিৰ মাধ্য = 









এতিয়া 
∵ গোলৰ সংখ্যা যুগ্ম 
∴ n/2 = 5 আৰু n/2 +1 = 6 তম মান দুটাৰ মাধ্য 
= মধ্যমা = 3

আৰু বহুলক = 3


2. গণিতৰ পৰীক্ষা এটাত 15 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নম্বৰসমূহ আছিল এনেধৰণৰ 一
41, 39, 48, 52, 46, 62, 54, 40, 96, 52, 98, 40, 42, 52, 60
তথ্যখিনিৰ মাধ্য, মধ্যমা আৰু বহুলক উলিওৱা।

উত্তৰঃ 
তথ্যখিনিৰ মাধ্য









এতিয়া তথ্যখিনি সজাই লোৱা হ'ল।
39, 40, 40, 41, 42, 46, 48, 52, 52, 52, 54, 60, 62, 96, 98
এতিয়া ∵ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অযুগ্ম
∴ (15+1)/2 = 8 
∴ তথ্যখিনিৰ মধ্যমা = 52

আৰু বহুলক হৈছে = 52


3. নিম্নোক্ত তথ্যসমূহ ঊৰ্ধ্বক্ৰমত সজোৱা আছে। যদি তথ্যখিনিৰ মধ্যমা 63 হয়, x ৰ মান উলিওৱা 一
29, 32, 48, 50, x, x + 2, 72, 78, 84, 95


উত্তৰঃ 
∵ তথ্যৰ সংখ্যা যুগ্ম 
























4. 14, 25, 14, 28, 18, 17, 18, 14, 23, 22, 14, 18 এই তথ্যৰাজিৰ বহুলক নিৰ্ণয় কৰা।

উত্তৰঃ এই তথ্যৰাজিত আটাইতকৈ সঘনাই পোৱা তথ্য হৈছে 14 ∴ বহুলক হৈছে 14।


5. নিম্নোক্ত তালিকাৰ পৰা এটা কাৰখানাৰ 60 জন বনুৱাৰ দৰমহাৰ মাধ্য উলিওৱাঃ

দৰমহা

বনুৱাৰ সংখ্যা

3000

4000

5000

6000

7000

8000

9000

10000

16

12

10

8

6

4

3

1

মুঠ

60



ইয়াৰ মাধ্য হৈছে