অধ্য়ায়-1
পৰিমেয় সংখ্য়া
অনুশীলনী-1 (A)
1. সত্য় নে অসত্য় লিখা
(a) স্বাভাৱিক সংখ্য়াৰ থুপটো অখণ্ড সংখ্য়াৰ থুপটোৰ অন্তৰ্গত।
(b) স্বাভাৱিক সংখ্য়া আৰু পূৰ্ণ সংখ্য়াৰ থুপ দুটা লগ হৈ অখণ্ড সংখ্য়াৰ থুপটো গঠন হৈছে।
(c) সকলো অখণ্ড সংখ্য়াই পৰিমেয়।
(d) সকলো ঋণাত্মক অখণ্ড সংখ্য়া শূন্য়তকৈ সৰু।
(e) দুটা পৰিমেয় সংখ্য়াৰ মাজত অসংখ্য়া পৰিমেয় সংখ্য়া যায়।
২. যোগ কৰা
4. তলৰ তালিকাকেইখন সম্পূৰ্ণ কৰা
(a)
সংখ্য়া প্ৰণালী | ক্ৰমবিনিময় বিধি | |||
স্বাভাৱিক সংখ্য়া পূৰ্ণ সংখ্য়া অখণ্ড সংখ্য়া পৰিমেয় সংখ্য়া | যোগ মানি চলে __ __ __ | বিয়োগ __ __ মানি চলে __ | পূৰণ __ মানি চলে __ __ | হৰণ __ __ __ মানি নচলে |