Song: URULI 

Singer/lyricist/Composition 
Mrityunjoy Kakati 

Music Produced by
Bishwa Bidyut Das &
Zenith Gogoi

Mixed/Mastered by
Zenith Gogoi

Recorded by: 
Udipta Gogoi (Studio Zero db)

Promotional Partner:
 Daily Assam
( https://www.dailyassam.com/2021/08/ga...
 )

 Lyrics:
       উৰুলি
প্ৰেমতে পৰিলোঁ তোমাৰে 
আঁতিগুৰি নজনাকে
ক'ৰেনো গাঁৱৰে ৰূপহী
মোৰেনো মন ভোলালাহি
বহাগৰে বাতৰি আনিছা যে তুমি
দুচকতে প্ৰেমৰে একুৰা অগনি
হোৱানা তুমি মোৰে বুঁকুৰে লগৰী
সুখে-দুখে হিয়াতে ল'বাহি জিৰণি
জানো জানো তুমি 
ল'বা আঁকোৱালি
আনিমে সোণ তোমাক মই
সানি লৈ মাহ-হালধি

আজি আকাশ-বতাহ বলীয়া
বসন্তৰে বতৰা
জীৱন মাথো দুদিনীয়া
কিহৰ গুণাগথা
যদি হোৱা মোৰ কইনা
মোৰে মৰম বুজিবা
সযতনে তুমি মোক ৰাখিবা বুঁকুৰে মাজত
যৌৱন ওকলি নাযাব যদি তুমি থাকা কাষত
আশাৰেনো ৰেঙনী আনিছা যে তুমি
প্ৰতি নিশা তুমি মোৰ সপোনতে আহি
কুলি-কেতেকীয়েও দিছেহি জাননী
আমাৰে মিলনৰে সুৰীয়া ৰাগিণী
পালোঁ পালোঁ আজি
জীয়াই থকাৰ সহাঁৰি
ময়ো ওলাম দৰা সাজি
বাজিব যেন উৰুলি

Connect with the Artists

Mrityunjoy Kakati
Instagram
https://instagram.com/mrityunjoykakat...


Bishwa Bidyut Das
Instagram
https://instagram.com/bishwabidyutdas...


Zenith Gogoi
Instagram
https://instagram.com/zenithgogoi?igs...


Nilutpal Das
Instragam
https://instagram.com/nilutpaldas142?...


#Mrityunjoykakati  #NewAssameseSong2022