পাঠঃ- ১ 

ডাঙৰ সংখ্যা 


অনুশীলনী ১(ক) 

(১) তলৰ সংখ্যাবোৰ বিস্তাৰ কৰি দেখুওৱা। 

(ক) ৪৬৫৭৮             (খ) ৮৪৩৭৯০৫             (গ) ৩০০৪৮৫            (ঘ) ৪০৩৫৮৪৯১             (ঙ) ৯২৫০০৪১২

উত্তৰঃ- (ক) ৪৬৫৭৮ = ৪০০০০ + ৬০০০ + ৫০০ + ৭০ + ৮ 

            (খ) ৮৪৩৭৯০৫ = ৮০০০০০০ + ৪০০০০০ + ৩০০০০ + ৭০০০ + ৯০০ + ৫ 

            (গ) ৩০০৪৮৫ = ৩০০০০০ + ৪০০ + ৮০ + ৫ 

            (ঘ) ৪০৩৫৮৪৯১ = ৪০০০০০০০ + ৩০০০০০ + ৫০০০০ + ৮০০০ + ৪০০ + ৯০ + ১ 

            (ঙ) ৯২৫০০৪১২ = ৯০০০০০০০ + ২০০০০০০ + ৫০০০০০ + ৪০০ + ১০ + ২ 


(২) তলৰ সংখ্যাবোৰৰ ঘেৰ দিয়া অংকবোৰৰ স্থান মান লিখা। 

(ক) ৭৬৯৪             (খ) ৩৫৪৩৭             (গ) ৪০৮৫৪৩             (ঘ) ৪৭৮৫৯২৪ 

উত্তৰঃ- (ক) ৭৬৯৪ সংখ্যাটোৰ ক্ষেত্ৰত, 

        ৩ ৰ স্থান মান = ৩ শতক = ৩০০ 

(খ) ৩৫৪৩৭ সংখ্যাটোৰ ক্ষেত্ৰত, 

        ২ ৰ স্থান মান = ২ লাখ = ২০০০০০ 

(গ) ৪০৮৫৪৩ সংখ্যাটোৰ ক্ষেত্ৰত, 

        ৯ ৰ স্থান মান = ৯ অযুত = ৯০০০০ 

(ঘ) ৪৭৮৫৯২৪ সংখ্যাটোৰ ক্ষেত্ৰত, 

        ৩ ৰ স্থান মান = ৩ কোটি = ৩০০০০০০০ 


(৩) তলৰ সংখ্যাবোৰ শব্দৰে লিখা। 

(ক) ৪২,৯১৫             (খ) ৩৫,০০১             (গ) ২,৪০,৮৬৫             (ঘ) ৪,১০,৩৭২             (ঙ) ১৩,৮০,৯৫০             (চ) ১,৯০,৮০,৪১০             (ছ) ১২,৩০,১৪,০০০             (জ) ১৫, ৪৫,১৮,৩৫২             (ঝ) ৪৮,০০,০০,৩০০             (ঞ) ২০,০০,০০,০০০             (ট) ২৫০,৪০,৩০,৬০০             (ঠ) ৩৮০,০০,৪০,৫০০ 

উত্তৰঃ- (ক) ৪২,৯১৫ = বিয়াল্লিছ হাজাৰ নশ পোন্ধৰ। 

            (খ) ৩৫,০০১ = পয়ত্ৰিছ হাজাৰ এক। 

            (গ) ২,৪০,৮৬৫ = দুই লাখ চল্লিছ হাজাৰ আঠশ পয়ষষ্ঠি। 

            (ঘ) ৪,১০,৩৭২ = চাৰি লাখ দহ হাজাৰ তিনিশ বাসত্তৰ। 

            (ঙ) ১৩,৮০,৯৫০ = তেৰ লাখ আশী হাজাৰ নশ পঞ্চাছ। 

            (চ) ১,৯০,৮০,৪১০ = এক কোটি নব্বৈ লাখ আশী হাজাৰ চাৰিশ দহ। 

            (ছ) ১২,৩০,১৪,০০০ = বাৰ কোটি ত্ৰিছ লাখ চৈধ্য হাজাৰ। 

            (জ) ১৫, ৪৫,১৮,৩৫২ = পোন্ধৰ কোটি আঠচল্লিশ লাখ ওঠৰ হাজাৰ তিনিশ বাৱন্ন

            (ঝ) ৪৮,০০,০০,৩০০ = আঠচল্লিশ কোটি তিনিশ। 

            (ঞ) ২০,০০,০০,০০০ = বিশ কোটি। 

            (ট) ২৫০,৪০,৩০,৬০০ = দুশ পঞ্চাশ কোটি চল্লিশ লাখ ত্ৰিশ হাজাৰ ছয়শ। 

            (ঠ) ৩৮০,০০,৪০,৫০০ = তিনিশ আশী কোটি চল্লিছ হাজাৰ পাঁচশ। 


(৪) তলৰ সংখ্যাবোৰ অংকৰে লিখা। 

        (ক) ষাঠি হাজাৰ পাঁচশ ছয়চল্লিশ। 

        (খ) সাতত্ৰিছ হাজাৰ নশ ছাবিছ। 

        (গ) দুই লাখ বত্ৰিছ হাজাৰ পোন্ধৰ। 

        (ঘ) ত্ৰিছ লাখ পঞ্চাছ হাজাৰ তিনিশ বাইছ। 

        (ঙ) সাত কোটি আঠাৱন্ন লাখ চৌত্ৰিছ হাজাৰ নশ পঞ্চল্লিছ। 

        (চ) চৈধ্য কোটি নিৰানব্বৈ হাজাৰ পাঁচশ। 

        (ছ) ওঠৰ লাখ বিছ হাজাৰ। 

        (জ) ৮৫ কোটি ১৮ লাখ ৩০ হাজাৰ ৯৪৮। 

        (ঝ) ১০২ কোটি ৯০ লাখ ৪৫ হাজাৰ ৫৩০। 

        (ঞ) ৫২ কোটি ৮০ লাখ ৪৮ হাজাৰ। 

উত্তৰঃ- (ক) ষাঠি হাজাৰ পাঁচশ ছয়চল্লিশ। = ৬০,৫৪৬

        (খ) সাতত্ৰিছ হাজাৰ নশ ছাবিছ। = ৩৭,৯২৬

        (গ) দুই লাখ বত্ৰিছ হাজাৰ পোন্ধৰ। = ২,৩২,০১৫

        (ঘ) ত্ৰিছ লাখ পঞ্চাছ হাজাৰ তিনিশ বাইছ। = ৩০,৫০,৩২২

        (ঙ) সাত কোটি আঠাৱন্ন লাখ চৌত্ৰিছ হাজাৰ নশ পঞ্চল্লিছ। = ৭,৫৮,৩৪,৯৪৫

        (চ) চৈধ্য কোটি নিৰানব্বৈ হাজাৰ পাঁচশ। = ১৪,০০,৯৯,৫০০ 

        (ছ) ওঠৰ লাখ বিছ হাজাৰ। = ১৮,২০,০০০

        (জ) ৮৫ কোটি ১৮ লাখ ৩০ হাজাৰ ৯৪৮ = ৮৫,১৮,৩০,৯৪৮

        (ঝ) ১০২ কোটি ৯০ লাখ ৪৫ হাজাৰ ৫৩০ = ১০২,৯০,৪৫,৫৩০

        (ঞ) ৫১২ কোটি ৮০ লাখ ৪৮ হাজাৰ। = ৫১২,৮০,৪৮,০০০ 


(৫) তলৰ সংখ্যাবোৰৰ উপযুক্ত স্থানত ক'মা দিয়া আৰু আখৰেৰে লিখা। 

        (ক) ৪০৯৮৫         (খ) ৮৩৫৯৮২         (গ) ৯৮৩২৫৯০         (ঘ) ১৪৩৮৫০৪১৪         (ঙ) ৩০০০০০০০০         (চ) ৪৬৯২৭৮৯৫১ 

উত্তৰঃ- (ক) ৪০৯৮৫ = ৪০,৯৮৫ = চল্লিশ হাজাৰ নশ পঁচাশী। 

        (খ) ৮৩৫৯৮২ = ৮,৩৫,৯৮২ = আঠ লাখ পয়ত্ৰিছ হাজাৰ নশ বিৰাশী। 

        (গ) ৯৮৩২৫৯০ = ৯৮,৩২,৫৯০ = আঠানব্বৈ লাখ বত্ৰিছ হাজাৰ পাঁচশ নব্বৈ। 

        (ঘ) ১৪৩৮৫০৪১৪ = ১৪,৩৮,৫০,৪১৪ = চৈধ্য কোটি আঠত্ৰিছ লাখ পঞ্চাশ হাজাৰ চাৰিশ চৈধ্য । 

        (ঙ) ৩০০০০০০০০ = ৩০,০০,০০,০০০ = ত্ৰিশ কোটি। 

        (চ) ৪৬৯২৭৮৯৫১ = ৪৬,৯২,৭৮,৯৫১ = ছয়চল্লিশ কোটি বিৰানব্বৈ লাখ আঠসত্তৰ হাজাৰ নশ একাৱন। 


(৬) তলৰ সংখ্যাবোৰ চুটিকৈ লিখা। 

        (ক) ৮০০০০০০ + ৩০০০০০ + ৪০০০০ +২০০০ + ৪০০ + ৩০ + ৫ 

        (খ) ৬০০০০০০০ + ৪০০০০০ + ৩০০০০ + ৮০০ + ১ 

         (গ) ২০০০০০০০০ + ৪০০০০০০ + ৬০০০০০ + ৯০০০০ + ৫০০০ + ৪০০ + ১০ + ৭ 

উত্তৰঃ- (ক) ৮০০০০০০ + ৩০০০০০ + ৪০০০০ +২০০০ + ৪০০ + ৩০ + ৫ 

        উত্তৰঃ- ৮৩,৪২,৪৩৫

        (খ) ৬০০০০০০০ + ৪০০০০০ + ৩০০০০ + ৮০০ + ১ 

        উত্তৰঃ- ৬,০৪,৩০,৮০১

        (গ) ২০০০০০০০০ + ৪০০০০০০ + ৬০০০০০ + ৯০০০০ + ৫০০০ + ৪০০ + ১০ + ৭ 

        উত্তৰঃ- ২০,৪৬,৯৫,৪১৭ 


(৭) খালী ঠাই পূৰ কৰা। 

        (ক) ১ লাখ = ? হাজাৰ 

        (খ) ৫ লাখ = ? হাজাৰ 

        (গ) ১ কোটি = ? নিযুত = ? লাখ 

        (ঘ) ৪ কোটি = ? লাখ 

        (ঙ) ৬০০ লাখ = ? কোটি 

উত্তৰঃ- (ক) ১ লাখ = ১০০ হাজাৰ 

        (খ) ৫ লাখ = ৫০০ হাজাৰ 

        (গ) ১ কোটি = ১০ নিযুত = ১০০ লাখ 

        (ঘ) ৪ কোটি = ৪০০ লাখ 

        (ঙ) ৬০০ লাখ =  কোটি 


(৮) বাকচৰ ভিতৰত > বা < চিন বহুওৱা। 

        (ক) ৪৩,৮১৪     ?    ৪,৩৫,৯১৮ 

        (খ) ৮৪,৭১৮     ?    ৮৪,৮১৮ 

        (গ) ৬৪,৯০০      ?   ৬৩,৯৯৯ 

        (ঘ) ২,৪০,৩৫০     ?    ২,৩৯,৯০০ 

        (ঙ) ৩,৩৩,৩৩০     ?    ৩,৩৩,৩০৩ 

        (চ) ২০,৩০,৮০০     ?    ২০,৩১,০০০ 

        (ছ) ২,৩০,৪০,৯৯০     ?    ২,৩০,৪০,০৯৯ 

উত্তৰঃ- (ক) ৪৩,৮১৪           ৪,৩৫,৯১৮ 

        (খ) ৮৪,৭১৮            ৮৪,৮১৮ 

        (গ) ৬৪,৯০০             ৬৩,৯৯৯ 

        (ঘ) ২,৪০,৩৫০      >      ২,৩৯,৯০০ 

        (ঙ) ৩,৩৩,৩৩০      >      ৩,৩৩,৩০৩ 

        (চ) ২০,৩০,৮০০        <     ২০,৩১,০০০ 

        (ছ) ২,৩০,৪০,৯৯০     >      ২,৩০,৪০,০৯৯ 


(৯) তলৰ সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজোৱা। 

        (ক) ২১,৮১৪;        ২৫,৩০০;         ২৫২৯০;        ২১,৮৪১

        (খ) ১,৪৬,৩২৫;         ১,৪৬,০৯০;         ১,৪৭,০০০;         ১,৪৬,১৮০ 

        (গ) ৭,৭০,০৭০;         ৭,০৭,৭৭৭;         ৭,০৭,০৭৭;         ৭,৭০,৭৭০ 

উত্তৰঃ- (ক) ২১,৮১৪;         ২১,৮৪১;         ২৫২৯০;         ২৫,৩০০ 

        (খ) ১,৪৬,০৯০;         ১,৪৬,১৮০;         ১,৪৬,৩২৫;         ১,৪৭,০০০ 

        (গ) ৭,০৭,০৭০;         ৭,৭০,০৭৭;         ৭,৭০,৭৭০;         ৭,০৭,৭৭৭ 


(১০) খালী ঠাই পূৰ কৰা। 

        (ক) ৩৯,০০০ তকৈ ১০০০ বেছি         = ?

        (খ) ৪৫,০০০ তকৈ ১০০০ কম         = ?

        (গ) ২,৩৭,৫০০ তকৈ ১০০ কম         = ?

        (ঘ) ৩,৪৫,৪২৫ তকৈ ১ লাখ কম         = ? 

উত্তৰঃ- (ক) ৩৯,০০০ তকৈ ১০০০ বেছি         = ৪০,০০০ 

        (খ) ৪৫,০০০ তকৈ ১০০০ কম         = ৪৪,০০০ 

        গ) ২,৩৭,৫০০ তকৈ ১০০ কম         = ২,৩৭,৪০০ 

        (ঘ) ৩,৪৫,৪২৫ তকৈ ১ লাখ কম         = ২,৪৫,৪২৫ 



Author By- Madhushmita Hazarika.